ETV Bharat / state

বৰপেটাৰ ৩১ গৰাকীক হোম কোৱাৰেণ্টাইন - 31 person quarantined in Barpeta etv Bharat Assam

বিভিন্ন ধৰণে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱা বৰপেটা চহৰৰ সমীপৰ বামুনা গাঁৱৰ ১৯ গৰাকী লোককো হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছে ৷

31 person quarantined in Barpeta
বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ সংস্পৰ্শলৈ অহা বৰপেটাৰ ৩১ গৰাকীক হোম কোৱাৰেণ্টাইন
author img

By

Published : May 10, 2020, 6:46 PM IST

বৰপেটা, ১০ মে' : গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ সংস্পৰ্শলৈ অহা বৰপেটা চহৰৰ ১২ গৰাকী লোকক হোম কোৱাৰেন্টাইন কৰে প্ৰশাসনে ৷ চহৰখনৰ আন এটা পৰিয়ালক বিৰুবাৰীৰ পৰা অহাৰ পিচতেই হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ৷ হোম কোৱাৰেন্টাইন কৰা সকলৰ ভিতৰত আছে বৰপেটা চহৰৰ ন-হাটীৰ ৫ জন, দক্ষিণ হাটীৰ ৪ জন আৰু মধ্য-পালাংদি হাটীৰ ৩ জন লোক ৷

বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ সংস্পৰ্শলৈ অহা বৰপেটাৰ ৩১ গৰাকীক হোম কোৱাৰেণ্টাইন

আনহাতে, বিভিন্ন ধৰণে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱা বৰপেটা চহৰৰ সমীপৰ বামুনা গাঁৱৰ ১৯ গৰাকী লোককো হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছে ৷ মূলত বৰপেটা জিলাত এই পৰ্যন্ত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু বিৰুবাৰীৰে সংস্পৰ্শিত মুঠ ৩১ গৰাকী ব্যক্তিক হোম কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.