ETV Bharat / state

পশ্চিম বংগৰ বৰ্ধমান বিস্ফোৰণ কাণ্ডঃ৩০ আগষ্টত নিৰ্ণয় হব অসমৰ তিনি জেহাদীৰ ভাগ্য - বোমা বিস্ফোৰণ

পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত আদালতৰ ৰায় প্ৰদান। এই গোচৰত এন আই এ মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তদুপৰিএই গোচৰত অসমৰ শ্বাহানুৰ আলম,বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে এন আই এৰ আদালতে ৷ অহা ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে।

বৃহস্পতিবাৰে নিৰ্ণয় হব অসমৰ তিনি জেহাদীৰ ভাগ্য
author img

By

Published : Aug 29, 2019, 3:55 PM IST

Updated : Aug 29, 2019, 4:20 PM IST

বৰপেটা,29আগষ্টঃ পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত আদালতৰ ৰায় প্ৰদান। এই গোচৰত এন আই এ মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তদুপৰিএই গোচৰত অসমৰ শ্বাহানুৰ আলম,বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে এন আই এৰ আদালতে ৷ অহা ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে।

বৃহস্পতিবাৰে নিৰ্ণয় হব অসমৰ তিনি জেহাদীৰ ভাগ্য

ইপিনে শ্বাহানুৰ আলমৰ পৰিয়ালৰ সম্পৰ্কে গাঁওবাসীয়ে জনালে বহু বিস্ফোৰক মন্তব্য ৷ গাঁওবাসীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই শ্বাহানুৰ আলমৰ পত্নী ছুজিনা বেগমৰ ৷ গাঁওবাসীৰ সৈতে সম্পূৰ্ণ বিচ্ছিন্ন জীৱন কটাই আছে চুজিনাই ৷ শ্বাহানুৰৰ পত্নী জেলৰ পৰা ওলাই অহাৰ পাচৰেপৰাই চতলা গাঁৱৰ নিজ গৃহতে আছে যদিও শ্বাহানুৰৰ পত্নী চুজিনাক দেখা পোৱা নাই ওচৰ চুবুৰীয়াইও ৷

২০১৪ চনৰ ২ অক্টোবৰত পশ্চিমবংগৰ বৰ্ধমান জিলাৰ খাগ্ৰাগড়ত সংঘটিত হৈছিল এটা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণটোত ২ জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল ৪ জনকৈ লোক ৷

Intro:

বৰপেটা ২৯ আগষ্ট: কাইলৈ নিৰ্নীত হব জেএমবিৰ অসম মড্যুলৰ মাষ্টাৰ মাইণ্ড শ্বাহনুৰ আলমৰ লগতে অসমৰ আন দুটা জেহাদীৰ ভাগ্য ৷

নিয়াৰ আদালতে ইতিমধ্যে শ্বাহনুৰ আলমসহ অসমৰ তিনি জেহাদীৰ লগতে মুঠ ১৯ জনক বৰ্ধমান বোমা বিস্ফোৰন সন্গৰ্ভত দোষী সাব্যস্ত কৰিছে ৷

Body:২০১৪ চনৰ ২ অক্টোবৰত পশ্চিমবংগৰ বৰ্ধমান জিলাৰ খাগ্ৰাগড়ত সংঘটিত হৈছিল এটা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা ৷

বৰ্ধমানত সংঘটিত হোৱা বোমা বিস্ফোৰনটোত ২জন নিহত হোৱাৰ লগতে আহত হৈছিল ৪জনকৈ লোক ৷

এই বোমা বিস্ফোৰনটোৰ পিচতে পোহৰলৈ আহিছিল দেশত খোপনি পোতা ভাৰত বিৰোধী জেহাদী কাৰ্যকলাপৰ ঘটনা ৷

পশ্চিমবংগ আৰক্ষীয়ে চলোৱা বিস্ফোৰনটোৰ ঘটনাৰ তদন্তত ওলাই পৰিছিল বোমা বিস্ফোৰনৰ সৈতে জড়িত হৈ আছে ভাৰত বিৰোধী শক্তি জামাত ঊল মুজাহিদীন বাংলাদেশ চমুকৈ জে এম বি ৷

তাৰপিচতে সমগ্ৰ বিস্ফোৰনৰ ঘটনীটোৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছিল নিয়া'ক ৷

আৰু নিয়াই বৰ্ধমান বিস্ফোৰন কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দেশৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৩০ জনকৈ অপৰাধীক ৷

আৰু চাৰি বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত বুধবাৰে নিয়াৰ আদালতে ১৯ জনক দোষী সাব্যস্ত কৰিছে ৷

দোষী সাব্যস্ত কৰা এই ১৯ অভিযুক্তৰ মাজত আছে অসমৰ জেএমবিৰ মাষ্টাৰ মাইণ্ড শ্বাহানুৰ আলমৰ লগতে আন দুটা দূধৰ্ষ জেহাদী ছাইখুল ইছলাম আৰু ছহিদুল ইছলাম ৷

শুক্ৰবাৰে নিয়াৰ আদালতে ঘোষনা কৰিব শ্বাহনুৰ আলমৰ লগতে আনসকলৰ বিচাৰৰ ৰায় ৷

নিয়াৰ আদালতে শ্বাহনুৰ আলমৰ লগতে আন সকলক কি ৰায় প্ৰদান কৰিব তাক লৈ সকলো উৎসুক যদিও, এই সময়তো পিছে শ্বাহনুৰ আলমৰ পৰিয়াল এই সমগ্ৰ ঘটনাৰ পৰা নিজকে নিলগাই ৰাখিছে ৷

কি হব শ্বাহনুৰ আলমৰ, এই সম্পৰ্কে পৰিয়ালৰ লোকে কব নিবিচাৰিলে কোনো কথা ৷

আনকি পৰিয়ালৰ লোকসকল ওলাই নাহিল কেমেৰাৰ সন্মুখলৈকে ৷

শ্বাহনুৰ আলমৰ গৃহগাও চতলাৰ গাওবাসীয়ে জনালে নিয়াৰ আদালতৰ ওপৰত আমাৰ আস্থা আছে ৷

নিয়াই যি শাস্তি দিয়ে তাৰ ওপৰত কোনো কথা নকয় গাওবাসীয়ে ৷

গাওবাসীৰ এটাই কথা - দোষীয়ে উচিত শাস্তি লাভ কৰক ৷

ইপিনে শ্বাহানুৰ আলমৰ পৰিয়ালৰ সম্পৰ্কে গাওবাসীয়ে জনালে বহু বিস্ফোৰক মন্তব্য ৷

গাওবাসীৰ সৈতে কোনো ধৰনৰ সম্পৰ্ক নাই শ্বাহানুৰ আলমৰ পত্নী ছুজিনা বেগম ৷

গাওবাসীৰ সৈতে সম্পূৰ্ণ বিচ্ছিন্ন জীৱন কটাই আছে চুজিনাই ৷

সম্পূৰ্ণ বোৰ্খাৰ আবুৰত আৱদ্ধ হৈ থাকে ছুজিনা ৷

শ্বাহানুৰৰ পত্নী জেলৰ পৰা ওলাই অহাৰ পিচৰেপৰাই চতলা গাওৰ নিজ গৃহতে আছে যদিও শ্বাহনুৰৰ পত্নী চুজিনাক দেখা পোৱা নাই ওচৰ চুবুৰীয়াইও ৷ Conclusion:বাইট: স্থানীয় লোক. --- বাপকন দাস, বৰপেটা
Last Updated : Aug 29, 2019, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.