ETV Bharat / state

বজালীত মাস্ক নিপিন্ধিলে 1000 টকা জৰিমনা - sop of assam govt

মাস্ক পৰিধানক লৈ কঠোৰ বজালী প্ৰশাসন ৷ মাস্ক পৰিধান নকৰা ব্য়ক্তিৰপৰা 1000 টকাকৈ জৰিমনা সংগ্ৰহ প্ৰশাসনৰ ৷ মাস্ক পিন্ধিবলৈ ৰাইজক অনুৰোধ বজালীৰ আৰক্ষী অধীক্ষকৰ ৷

বজালীত মাক্স নিপিন্ধিলে 1000 জৰিমনা
বজালীত মাক্স নিপিন্ধিলে 1000 জৰিমনা
author img

By

Published : Apr 20, 2021, 9:41 PM IST

পাঠশালা,20 এপ্ৰিল: দেশত পুনৰ কৰ’ণাৰ দ্বিতীয় ঢৌয়ে সংহাৰী ৰূপ লোৱাৰ সময়ত ৰাজ্য চৰকাৰে কেতবোৰ নিৰ্দেশাৱলী জাৰি কৰিছে ৷ ৰাজ্য়ত মাস্ক পিন্ধাটো বাধ্য়তামূলক কৰিছে প্ৰশাসনে ৷ কিন্তু একাংশই চৰকাৰ, প্ৰশাসনৰ নিৰ্দেশক কোনো গুৰুত্ব নিদি নিজৰ লগতে সমাজৰ বাবে বিপদ চপাই অনা পৰিলক্ষিত হৈছে ৷

মঙলবাৰৰ দিনটোত বজালীৰ সদৰ পাঠশালাত মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকসকলৰ পৰা বজালীৰ আৰক্ষী প্ৰশাসনে এহেজাৰ টকাকৈ জৰিমনা সংগ্ৰহ কৰা পৰিলক্ষিত হ’ল ৷

বজালীত মাস্ক নিপিন্ধিলে 1000 টকা জৰিমনা

বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত মঙলবাৰে বজালীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জৰিমনা বিহাৰ লগতে আৰু সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক : ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.