ETV Bharat / state

বাক্সাত দুৰ্বৃত্তৰ আক্ৰমণত মহিলা আহত - ২৭ নং নাগ্ৰীজুলি বি টি চি পৰিষদীয় সমষ্টি

উৰুকাৰ নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ ১ নং ডোঙাৰগাওঁত নগেন বিশ্বাস নামৰ লোকজনৰ পত্নী মঞ্জু বিশ্বাসক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ বিজেপি দলৰ একমাত্ৰ এম চি এল এ ধৰ্মনাৰায়ণ দাসে একাংশ দুৰ্বৃত্তক লৈ বিশ্বাসৰ গৃহত প্ৰৱেশ কৰি পত্নী আৰু পুত্ৰক বেয়াকৈ মাৰধৰ কৰে ।

দুৰ্বৃত্তৰ আক্ৰমণ
মহিলা আহত
author img

By

Published : Jan 15, 2020, 6:21 PM IST

Updated : Jan 15, 2020, 9:40 PM IST

বাক্সা,15 জানুৱাৰীঃ উৰুকাৰ নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ ১ নং ডোঙাৰগাঁৱত সংঘটিত হয় এক অঘটন । মঙ্গলবাৰে নিশা ২৭ নং নাগ্ৰীজুলী বি টি চি ৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ একমাত্ৰ এম চি এল এ ধৰ্মনাৰায়ণ দাসে সাংগো-পাংগোক লৈ নগেন বিশ্বাস নামৰ লোকজনৰ ঘৰত সোমাই বিশ্বাসৰ পত্নী মঞ্জু বিশ্বাসক আক্ৰমণ কৰি হাত ভাঙি দিয়ে আৰু পুত্ৰ সঞ্জয় বিশ্বাসকো বেয়াকৈ মাৰধৰ কৰে । আনহাতে,একেখন গাঁৱৰে চম্ভূ নমো শৰ্মা নামৰ লোকজনে মাৰধৰ কৰা সময়ত বাধা দিবলৈ আহোতে মূৰত লাঠিৰে কোবাই আঘাত কৰি মূৰ ফালি দিয়ে । জানিব পৰা মতে,উৰুকাৰ নিশা ভোজ খোৱাৰ সময়তে সঞ্জয় বিশ্বাস আৰু ধৰ্মনাৰায়ণৰ ভতিজা দীপাংকৰ দত্তৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটিছিল । পিছত ৰাতিয়েই সমষ্টিটোৰ এম চি এল এ ধৰ্মনাৰায়ণ দাসে নগেন দাসৰ পুত্ৰ সঞ্জয় বিশ্বাসৰ ঘৰত আহি অশ্ৰাব্য গালি-গালাজৰ লগতে ঘৰত সোমাই ঘৰৰ বয়বস্তু লণ্ড-ভণ্ড কৰাৰ লগতে চকী-মেজ আদি ভাঙি থৈ যায় ।

মহিলা আহত
স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে,ধৰ্মনাৰায়ণ দাসে পূৰ্বতেও এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক আক্ৰমণ কৰিছিল । সেয়ে ধৰ্মনাৰায়ণ দাসৰ নিকৃষ্ট কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে স্থানীয় লোকসকলে ৷
স্থানীয় ৰাইজৰ গৰিহণা

লগতে চাওকঃসাতাম পুৰুষীয়া শালমৰা নৌকা শিল্পলৈ নামিছে বিপদ ঘণ্টা

Intro:ক্ষমতাই মূৰত ধৰিছে ২৭ নং নাগ্ৰীজুলী সমষ্টিৰ বিজেপিৰ এম চিএল ধৰ্মনাৰায়ণ দাসৰ ।

Body:উৰুকাৰ নিশাই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ ১ নং ডোঙাৰগাওত অঘটন । যোৱাকালি মঙ্গলবাৰে উৰুকাৰ নিশা ২৭ নং নাগ্ৰীজুলী বিটিচিৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ একমাত্ৰ এম চি এল এ ধৰ্মনাৰায়ণ দাসে নিজৰ সাংগু পাংগু লৈ নগেন বিশ্বাস নামৰ লোকজনৰ ঘৰত সোমাই তেওঁৰ পত্নী মঞ্জু বিশ্বাসৰ আক্ৰমণ কৰি হাত ভাঙি দিয়ে আৰু পুত্ৰ সঞ্জয় বিশ্বাসকো বেয়াকৈ মাৰধৰ কৰে। আনহাতে একেখন গাওৰে চম্ভু নমো শৰ্মা লোক জনে মাৰধৰ কৰা সময়ত বাধা দিবলৈ আহোতে মূৰত লাঠিৰে কোবাই আঘাত কৰি মূৰ ফালি দিয়ে। জানিব পৰা মতে উৰুকাৰ নিশা খানা খোৱাৰ সময়তে সঞ্জয় বিশ্বাস আৰু ধৰ্মনাৰায়ণৰ ভতিজা দীপাংকৰ দত্তৰ লগত কাজিয়াৰ সুত্ৰপাত ঘটিছিল । পিছত নিশাই সমষ্টিটোৰ এম চি এল এ ধৰ্মনাৰায়ণ দাসে নগেন দাসৰ পুত্ৰ সঞ্জয় বিশ্বাস ঘৰত আহি অস্বভ্য গালি গালাজ কৰা লগতে ঘৰত ভিতৰত সোমাই ঘৰৰ বৈ বস্তু লণ্ড ভণ্ড কৰাৰ লগতে চকী মেজ আদি ভাঙি থৈ যায়।

Conclusion:উল্লেখ্য যে স্থানীয় লোকসকলে জানিব দিয়া মতে ইয়াৰ পূৰ্বেও এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক আক্ৰমণ কৰিছিল । যাৰ ফলত আজি এম চি এল এ ধৰ্মনাৰায়ণ দাসৰ এনে ধৰণৰ নিকৃষ্ট কাণ্ডক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু স্থানীয় লোক সকলে এমচিএল এ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

ভাষ্য: ১/২/৩/ পিৰিত লোক
১/২/ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Jan 15, 2020, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.