ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 16, 2022, 1:07 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ

ভিক্টৰ দাসৰ জামিন মঞ্জুৰ (Guwahati High Court grants bail to Victor Das) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ ।

স্বামীৰ সৈতে সমাধিস্থ কৰা হ'ব ৰাণী দ্বিতীয় এলিজাবেথক

বৃহস্পতিবাৰে বাকিংহাম পেলেচে ঘোষণা কৰে যে সোমবাৰে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত এক ঘণ্টাজোৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ দ্বাৰা ৰাষ্ট্ৰীয় মৰ্যাদাৰে ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব । উক্ত অনুষ্ঠানৰ সমাপ্তিত ৰাণী দ্বিতীয় এলিজাবেথক তেওঁৰ প্ৰয়াত স্বামী প্ৰিন্স ফিলিপৰ কাষতে সমাধিস্থ কৰা হ'ব (Queen Elizabeth II to be buried with husband Philip) ।

সদন ত্যাগ কংগ্ৰেছৰ বিধায়কসহ অখিল গগৈৰ

বিধানসভা অধিৱেশন ত্যাগ কংগ্ৰেছৰ বিধায়কসহ অখিল গগৈৰ (Akhil Gogoi and Congress MLAs leave assembly) ৷ শুকুৰবাৰে পুৱা বিভিন্ন বিষয়লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে পুৱাৰ ভাগত আৰম্ভণিতে সদন সাময়িকভাৱে স্থগিত হৈ পৰিছিল ৷

গেৰুকামুখ পাহাৰত ভাগিল NHPC য়ে নিৰ্মাণ কৰা ডাইভাৰ্চন টানেল

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণথলী গেৰুকামুখ পাহাৰ কোনো কাৰণতে বৃহৎ নদীবান্ধৰ উপযোগী নহয় বুলি ৰাইজ তথা বিশেষজ্ঞ সমিতিয়ে মত পোষণ কৰি আহিছে (NHPC road breaking at Gerukamukh) । এই কথা সত্য বুলি প্ৰতিপন্ন কৰি ইতিমধ্যে কেইবাটাও ঘটনা সংঘটিত হৈছে । শুকুৰবাৰে কাহিলি পুৱাতে তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটে ।

কেৰালাত উপস্থিত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

কেৰালাৰ কোল্লামত এদিনৰ বাবে বিশ্ৰাম ল'লে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দলটোৱে (Congress Bharat Jodo Yatra)। ৰাহুল গান্ধীৰ নেতৃত্বত শুকুৰবাৰে পুৱা পুনৰ যাত্ৰা আৰম্ভ দলটোৰ । ৰাহুল গান্ধীেয়ে জিলাখনৰ নীন্দাকাৰাৰ সমুদ্ৰ তীৰত কিছু সময়ৰ বাবে পুনৰ জিৰণি ল'ব ।

লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

লকআপতে হঠাৎ অসুস্থ ভিক্টৰ দাস (Victor Das suddenly sick in lockup) ৷ শুকুৰবাৰে নিশাৰ পৰাই জ্বৰ আৰু প্ৰচণ্ড মূৰৰ বিষত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ভিক্টৰৰ পৰিয়ালে ৷

অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

বৰ্তমান তামিলনাডুৰ শ্ৰীভিলিপুট্টুৰ মন্দিৰত থকা অসমৰ জয়মালা নামৰ হাতীটো তামিলনাডুতে থাকিব (No plans to send temple elephant Jayamala back to Assam) ৷ অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটা ৷ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে তামিলনাডু চৰকাৰে ৷ আনকি বৃহস্পতিবাৰে এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত তামিলনাডু চৰকাৰে দাখিল কৰিছে এক প্ৰতিবেদনো ৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তিক সমৰ্থন প্ৰমোদ বড়োৰ

আদিবাসী শান্তি চুক্তিক আদৰণি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ আদিবাসী শান্তি চুক্তিয়ে বড়োলেণ্ডত এশ শতাংশ শান্তি প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ (Pramod Boro Reaction on Scheduling of six tribes) ৷

বিশ্ব টেনিছৰ এটা যুগৰ অৱসান : অৱসৰ ঘোষণা টেনিছৰ 'ৰজা' ফেডেৰাৰ

ফেডেৰাৰে নিজৰ টেনিছ জীৱনত ছয়বাৰ অষ্ট্ৰেলিয়ান অ'পেন, এবাৰ ফ্রেন্স অ'পেন, আঠবাৰ উইম্বলডন আৰু পাঁচবাৰ আমেৰিকান অ'পেন খিতাপ জয় কৰিছে । ইয়াৰ উপৰি ২০১৪ চনত ছুইজাৰলেণ্ডৰ হৈ ডেভিচ কাপ জয় কৰিছে (roger federer announced retiremnet) ।

ৰাজপথত অ’পেন ফায়াৰিং; মাষ্টাৰামাইণ্ডসহ তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ

বিহাৰৰ বেগুচৰাইত বলীউডৰ একশ্যন চিনেমাৰ দৰেই ৰাজপথত অ’পেন ফায়াৰিং (Begusarai mass shooting)৷ এই ঘটনাত এজন লোক থিতাতে নিহত হয় (one person killed)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.