ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Feb 15, 2022, 7:15 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

এইবাৰ মনোহৰী গ’ল্ড চাহৰ ৰেকৰ্ড ভাঙিলে অসমৰ গ'ল্ডেন পাৰ্ল চাহে

বিশ্বখ্যাত অসমৰ চাহপাতে পুনৰ এক ইতিহাস ৰচনা কৰিলে । 'গ'ল্ডেন পাৰ্ল' টীয়ে এইবাৰ গঢ়িলে ৰেকৰ্ড (Golden Pearl Tea fetches record price) । গ'ল্ডেন পাৰ্ল টীৰ ১ কেজি চাহপাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰী হয় ৯৯,৯৯৯ টকা দৰত (Assam tea feches whooping 99999 per kg) । ডিব্ৰুগড়ৰ নাহৰচুকবাৰীৰ কেঁচা চাহ পাত ক্ৰয় কৰা ফেক্টৰীত উৎপাদিত এই 'গ'ল্ডেন পাৰ্ল চাহ' ক্ৰয় কৰে গুৱাহাটীৰ আসাম টী ট্ৰেডাৰ্চে ।

Huge quantity of cash recovered: গুৱাহাটী ৰেল'ৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ

পল্টন বজাৰত জব্দ প্ৰায় ডেৰ কোটি (Huge quantity of cash recovered)৷ দিল্লীলৈ নি থকাৰ অৱস্থাত ৰেল’ৱে আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমানৰ ধন ৷

Majuli assembly by-election: ৰাজীৱ লোচন পেগুলৈ দুখ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

"মাজুলীত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ বিজয় 100 শতাংশ নিশ্চিত" এই বুলি মঙলবাৰে মন্তব্য কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে (Zakir Hussain Sikdars comments on Rajib Lochan Pegu) ৷

2nd Veterinary College in Assam: লখিমপুৰত স্থাপিত পশু চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে লখিমপুৰত স্থাপিত ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে (Lakhimpur College of Veterinary Science inaugurated by Himanta Biswa Sarma) ৷

Himanta Biswa Sarma on Rahul Gandhi: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ নকৰিলে দিছপুৰ আৰক্ষীয়ে

ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ কৰা একেই আৰক্ষীয়ে আজি অৰ্থাৎ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে (Assam Police Refused to Accept FIR Against CM) । দিছপুৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপৰাগত প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে । চৰকাৰখনে আৰক্ষীক চাপত ৰখাৰ অভিযোগ মীৰা বৰঠাকুৰৰ ।

ক'ভিড বিধি প্ৰত্যাহাৰ কৰি খোল খালে ৰাজ্যৰ বিদ্যালয়

ক'ভিড বিধিৰ অৱসান ঘটাই পুনৰ খোল খালে ৰাজ্যৰ বিদ্যালয়সমূহ ৷ বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান ৷ ইফালে ৰঙিয়াৰ জৱাহৰলাল নেহৰু প্ৰাথমিক বিদ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে পাঠদান(Assam schools open on Tuesday) । বিগত সময়ছোৱাত মোবাইল নোহোৱা বাবে অনলাইন পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল(Assam's primary schools re-open after covid situation) । কিন্তু মঙলবাৰৰ পৰা পাঠদান আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল ৷

Al-Qaeda 'conspiracy case': ৬ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ সন্ত্ৰাসবাদী তৌহিদ আহমেদ শ্বাহক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কূটাঘাতৰ ষড়যন্ত্ৰ । কূটাঘাতৰ পূৰ্বেই আৰক্ষীৰ জালত মূল অভিযুক্ত । জম্মু-কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ তৌহিদ আহমেদ শ্বাহ নামৰ সন্ত্ৰাসবাদীটোক । NIAৰ বিশেষ আদালতে ৬ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰে (Terrorist Tauhid Ahmed Shah to NIA custody)। ইয়াৰ পূৰ্বে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

Majuli By Election 2022: মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী

মাজুলীৰ উপ নিৰ্বাচনৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল । চিত্তৰঞ্জন বসুমতাৰীক অসম জাতীয় পৰিষদ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ (AJPs Chittaranjan Basumatary to contest from Majuli LAC)। সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ।

পাঠ্যক্ৰমৰ পৰা বিহু বাতিল নোহোৱাৰ প্ৰসংগত কি ক’লে শংকৰজ্যোতি বৰুৱাই ?

সোমবাৰে শিক্ষা সংসদৰে সৈতে অনুষ্ঠিত হয় আছুৰ বৈঠক ৷ বিহু বিষয় বাতিল নকৰাৰ বাবে আছুৰ বৈঠক(AASU assures Bihu paper won’t be scrapped ) ৷

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰিব ৰাছিয়াই : ফেচবুক পোষ্টত ঘোষণা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত চলিব পাৰে ৰাছিয়াৰ আক্ৰমণ ৷ ফেচবুক পোষ্ট যোগে এই আসংকা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Ukrainian President Volodymyr Zelensky on Russian invasion) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.