Jihadi linkman arrested: বঙাইগাঁৱত জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ
স্বাধীনতা দিৱসৰ পূৰ্বে বঙাইগাঁও আৰক্ষীৰ জালত জেহাদী সদস্য(Jihadi arrested in Bangaigaon) । বঙাইগাঁও সদৰ আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই গোৱালপাৰাৰ পাখিউৰুৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে জেহাদীৰ লিংকমেনটোক(Bongaigaon police arrested in Ansarullah Bangla terrorists) ৷
Badruddin Ajmal ED Interrogation: আজমল ভ্ৰাতৃদ্বয়ক তিনিবাৰকৈ ই ডিৰ জেৰা !
বদৰুদ্দিন আজমলক এনফ'ৰ্চমেন্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে জেৰা চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তিকৰ পৰিস্থিতি(MP Badruddin Ajmal under ED)৷ এ আই ইউ ডি এফৰ দুগৰাকীকৈ বিধায়কে বদৰুদ্দিন আজমল আৰু তেওঁৰ ভ্ৰাতৃ চিৰাজুদ্দিন আজমলক(MP Sirajuddin Ajmal) ইতিমধ্যে ই ডিয়ে দুই-তিনিবাৰকৈ জেৰা চলোৱাৰ কথা প্ৰকাশ কৰিছে যদিও বদৰুদ্দিন আজমলে এই কথা অস্বীকাৰ কৰি আহিছে ৷
Atulananda Goswami Passes Away: নৱগ্ৰহত অনন্তকাললৈ শুই পৰিল নামঘৰীয়াৰ স্ৰষ্টা
‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ ৷ GMCHৰ পৰা বিশিষ্ট সাহিত্যিগৰাকীৰ নশ্বৰ দেহ মহানগৰীৰ হাতীগড়স্থিত বাসগৃহলৈ লৈ যোৱা হয় (Prominent writer Atulananda Goswami passes away at GMCH)। নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন কৰা হয় ।
Shivnath Barman health update: ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি
বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে (Health condition of Shivnath Barman improved)। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত ড৹ বৰ্মনক যোৱা ১০ জুলাইত আই চি ইউত ভৰ্তি কৰা হৈছিল । স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই ড৹ বৰ্মনৰ স্বাস্থ্য়ৰ বুজ লোৱাৰ লগতে আশুআৰোগ্য কামনা কৰিছে ।
DimaHasao Road Communication : মৰণফান্দত পৰিণত নিউ হাফলং ষ্টেচন-হাফলং চহৰ সংযোগী পথ
অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ নিউ হাফলং ষ্টেচন আৰু হাফলং চহৰৰ সংযোগী পথটো এতিয়া মৰণ ফান্দত পৰিণত হৈছে । যোৱা মে' মাহত ধাৰাষাৰ বৰষুণৰ ফলত (Flood badly effected Dima Hasao District) পাহাৰীয়া জিলাখন ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছিল । লগতে অসমৰ এই অন্যতম পাহাৰীয়া জিলাত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ব্যাপক ক্ষয়-ক্ষতি হয় । কেৱল সিমানেই নহয়, ভূমিস্খলনৰ ফলত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱলগীয়া হয় ।
Assam Youth Olympic 2022 : টাং চু ডু ইভেণ্টত ব্ৰঞ্জৰ পদকেৰে নলবাৰীলৈ সুনাম দুই খেলুৱৈৰ
নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিলে টাং চু ডু খেলুৱৈয়ে । অসম যুৱ অলিম্পিক 2022 জিলাখনৰ দুই খেলুৱৈয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক (Tang Soo do players of Nalbari wins bronze)। প্ৰতিযোগিতাত ৮ জনীয়াৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰিছিল । নলবাৰীত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈৰ দলটোক উষ্ম আদৰণি ক্ৰীড়া সন্থাৰ ।
OC Kharupetia Arrested: ধন আৰু ক্ষমতাৰ খকেই কাল হ’ল অ’চি উৎপল বৰাৰ
'ব্লেক মেইলাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হ'ল এগৰাকী আৰক্ষী (policeman plays role of black mailer)। যাৰ বাবে এইগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া ৰঙাঘৰৰ আলহী হ'বলগা হৈছে । আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল খোদ আৰক্ষী বিষয়া । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা এইবাৰ গ্ৰেপ্তাৰ হৈছে ভুৱা গোচৰৰ অভিযোগত (Kharupatiya police station OC Utpal Bora arrested) ।
NLFT Biswa Mohan faction: ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈছে এন এল এফ টি
ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈ উঠিছে নিষিদ্ধ ঘোষিত সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই (NLFT Biswa Mohan faction)। সংগঠনটোৰ কেইজনমান সদস্য়ই কেইদিনমান পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ তথ্য় লাভ কৰিছে আৰক্ষীৰ চোৰাংচোৱা বিভাগে । সেইবাবে ৰাজ্য়খনত নিৰাপত্তা বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে (Alert issued across Tripura)।
Tiger cub rescued: তিতাবৰৰ মেজেঙাৰ বাঘৰ চুকত উদ্ধাৰ বাঘৰ পোৱালি
তিতাবৰ মেজেঙাৰ বাঘৰচুক অঞ্চলত এতিয়া চলিছে বাঘসহ পোৱালীৰ মুক্ত বিচৰণ (Tiger menace at Titabar) ৷ ৰাতি হ’লেই বাঘে গোহালিৰ পৰা চোঁচৰাই দিয়ে গৰু-ছাগলী ৷ বুধবাৰে পুনৰ মেজেঙাৰ বাঘৰচুকত উদ্ধাৰ হয় এটি বাঘৰ পোৱালী(Tiger cub rescue at Jorhat) ৷ বাঘৰ ভয়ত চাহ গছৰ পাত চিঙিবলৈ ভয় স্থানীয় ৰাইজৰ ৷ মাতৃসহ পোৱালীকেইটাক নিৰাপদ স্থানলৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰাৰ বাবে বন বিভাগক আহ্বান স্থানীয় ৰাইজৰ ৷
Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ড৹ হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫ দিনীয়া দিল্লী ভ্ৰমণ কাৰ্যসূচীৰ সমাপ্তি (Assam Cm 5 days Delhi visit)। এই ভ্ৰমণত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শিলচৰৰ সেউজ ক্ষেত্ৰ প্ৰকল্প, অসমৰ বানপানীৰ সমস্যাকে ধৰি কেইবাটাও বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ ।