ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 24, 2022, 7:05 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

IAS officer died in Covid in Assam: ক’ভিড আক্রান্ত শীর্ষ আমোলা ৰাজেশ প্ৰসাদৰ মৃত্যু

ক'ভিডে প্ৰাণ ল'লে ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলাৰ । দেওবাৰে ক'ভিডত আক্ৰান্ত হোৱা জ্যেষ্ঠ আই এ এছ বিষয়া তথা আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় (Excise Secretary Rajesh Prasad died in Covid)।

বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ কৰিমুদ্দিন বৰভূঞা: দেবব্ৰত শইকীয়া

এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ( AIUDF MLA Karimuddin Barbhuiya) ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল । সেই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই দেওবাৰে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া (Debabrata Saikia criticize Karimuddin Barbhuiya) ৷

মোডীৰ "পৰীক্ষাগাৰত" নতুন পৰীক্ষাৰ সৈতে বিপদত যুৱপ্ৰজন্ম: ৰাহুল গান্ধী

৪ বছৰীয়া চুক্তিৰ পিছত অৱসৰ গ্ৰহণ কৰা হাজাৰ হাজাৰ 'অগ্নিবীৰ'ৰ ভৱিষ্যত কি হ'ব, কেন্দ্ৰক প্ৰশ্ন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷

Asam Sahitya Sabha Executive : শিৱসাগৰত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা

কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা (6th Executive of Asam Sahitya Sabha)।কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আৰম্ভ হ'ল পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া ।

Minister Keshab Mahanta visited Hojai: হোজাইৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta in Hojai)হোজাইৰ বান বিধ্বস্ত অঞ্চল আজি পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে বন্যাৰ্ত সকলৰ সৈতেও মত বিনিময় কৰে ৷

Incomplete Bridge at Nazira: আধৰুৱা দলঙে বিপদত পেলাইছে নাজিৰাবাসীক

এখন অসম্পূৰ্ণ দলঙৰ বাবে জীয়াতু ভুগিছে নাজিৰাৰ এটা বৃহত্তৰ অঞ্চলৰ লোকে (Incomplete bridge at Nazira)৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ’ল(CM Himanta Biswa Sarma at Nazira) ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰা-গেলেকী সংযোগী হুদুপৰা এটা অঞ্চলত ।

School provincialisation in Assam: অপ্ৰাদেশীকৃত ২,৬৫৯ খন শিক্ষানুষ্ঠানৰ ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ কি হ’ব ?

সংবাদমেলত AIUDF ৰ নেতৃত্ব (AIUDF press conference) । বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা । অপ্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব ? প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ দাবী । AIUDF দলে শিক্ষকসকলৰ বাবে আইনী যুঁজ দিবলৈ প্ৰস্তুত । বিনা বেতনে আত্মহত্যা কৰিছে ৪০০ শিক্ষকে । ৰাজ্যৰ ৩৪ লাখ শিশু প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত ৷

AAP criticized GoI: দিল্লী চৰকাৰৰ বন মহোৎসৱ HIJACK কৰিছে কেন্দ্ৰীয় চৰকাৰে : গোপাল ৰায়

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ দিল্লীৰ বনমন্ত্ৰী গোপাল ৰায় (Delhi Forest Minister Gopal Rai criticizes central government)। ৰাজ্য চৰকাৰৰ কাৰ্যসূচীক বিজেপিয়ে ৰাজনৈতিক কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ বন মন্ত্ৰীৰ । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে লগাইছে নৰেন্দ্ৰ মোডীৰ পোষ্টাৰ ।

AAP Joining program: সৰভোগত আম আদমী পাৰ্টীৰ যোগদান কাৰ্যসূচী

সৰভোগত অৰ্ধশতাধিক বিজেপি আৰু চিপিআইএম কৰ্মীয়ে যোগদান কৰিলে আম আদমী পাৰ্টীত (Joining program of AAP at Sorbhog) ৷ সৰভোগৰ ব্ৰজসদন প্ৰাংগণত সুৰেন তালুকদাৰৰ সভাপতিত্বত আৰু জিলা পৰ্যায়ৰ নেতাৰ সহযোগত অৰ্ধ শতাধিক কৰ্মীয়ে যোগদান কৰে আম আদমী পাৰ্টীত ।

Sexual Harassment by Teacher: বনকৰা কিশোৰীক যৌন আতিশয্য চলাই পলাতক শিক্ষক

এগৰাকী শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী বনকৰা কিশোৰী । নগাঁৱৰ কচুৱা চানখোলাত সংঘটিত হৈছে এই জঘন্য ঘটনা (Sexual Harassment by Teacher in Nagaon)। শিক্ষক আব্দুল মন্নানৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ । উল্লেখ্য যে, বিগত বহুদিন ধৰি শিক্ষক আব্দুল মন্নানৰ ঘৰত কাম কৰি আছিল কিশোৰীগৰাকী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.