ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 16, 2022, 11:07 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ

মঙলবাৰে মেঘালয়ৰ শাসকীয় এনপিপিৰ এজনকে ধৰি চাৰিজন বিধায়কক নিজৰ দলত দিল্লীত যোগদান কৰাই শক্তি বৃদ্ধি কৰিলে বিজেপিয়ে (Meghalaya MLAs joined in BJP) ৷ এই যোগদানৰ আঁৰৰ মানুহজন আছিল NEDAৰ সমন্বয়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পিছতে স্বাভাৱিকতে প্ৰসংগ উৎথাপন হয়, মেঘালয়ত শক্তি বৃদ্ধিত ব্যস্ত হৈছে বিজেপি (Conflict between BJP and NPP) ৷

Insult to Assamese language: বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং

বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয় বনছুৰ এটা দল ৷ তাৰ পিছতেই কাৰ্যালয়টোত পূৰ্বৰে পৰা থকা অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত বনছুৱে সানে বগা ৰং । 15জানুৱাৰীৰ ভিতৰত বড়োলেণ্ডৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ ফলক বড়ো ভাষাত লিখাৰ দাবী বনছুৰ(BoNSU) ৷

Gun shot by security guard in NRL: নুমলীগড় শোধনাগাৰত নিজৰ বন্দুকেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা নিৰাপত্তাৰক্ষীৰ

গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত(Sensational incident in NRL) কৰ্মৰত অসম ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন জোৱানে বৃহস্পতিবাৰে বিয়লি বায়’ ৰিফাইনেৰীৰ সমীপৰ ৰজাবাৰী শিবিৰৰ ভিতৰতে নিজা ছাৰ্ভিচ অট’মেটিক এচেলাৰ বন্দুকেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে (Security guard attempt suicide) ।

Shraddha Murder Case: শ্ৰদ্ধাৰ পিতৃৰ সৈতে ডি এন এৰ মিল আছে জংঘলত পোৱা হাঁড়ৰ

দিল্লীৰ মেহৰৌলী বনাঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ হোৱা হাড়ৰ অংশ শ্ৰদ্ধাৰ বুলি নিশ্চিত কৰা হৈছে । এই হাড়বোৰৰ ডি এন এ শ্ৰদ্ধাৰ পিতৃৰ ডি এন এৰ লগত মিলি গৈছে । একে সময়তে অভিযুক্ত আফতাবৰ পলিগ্ৰাফ টেষ্টৰ ৰিপ’ৰ্টো লাভ কৰিছে আৰক্ষীয়ে (Shraddha Murder Case update) ।

Illegal foreigners in Delhi: দিল্লীত বাস কৰা অবৈধ বিদেশী নাগৰিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ

জি-২০ সন্মিলনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে অবৈধভাৱে বসবাস কৰা বিদেশীক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে (Illegal foreigners in Delhi) । এল জি ভি কে ছক্সেনাৰ নিৰ্দেশত আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই এই সমীক্ষা চলাবলৈ নিৰ্দেশ দিছে ।

Bhumi Pujan in Jorhat: যোৰহাটত 857 কোটি ব্যয়ৰে বিভিন্ন প্ৰকল্পৰ শিলান্যাস-ভূমি পূজন

বৃহস্পতিবাৰে যোৰহাটত আয়োজন কৰা হয় অসম চৰকাৰৰ বিভিন্ন আঁচনি তথা প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজন অনুষ্ঠান (Bhumi Pujan in Jorhat) ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ বাবে ৮৫৭ কোটি টকাৰ এক বৃহৎ প্ৰকল্পৰ শিলান্যাস আৰু ভূমি পূজনন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam Govt Bhumi Pujan of projects worth over 8 cr in Jorhat) ৷

Bihar hooch tragedy: বিহাৰত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৫৩ গৰাকী লোকৰ

বিহাৰত বিষাক্ত সুৰা পান কৰাৰ ফলত এতিয়ালৈ প্ৰায় ৫০ গৰাকী লোকৰ মৃত্যু হৈছে (53 died after consuming spurious liquor)। চাৰণ জিলাত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ঘটনা সন্দৰ্ভত এতিয়ালৈ প্ৰায় ১২৬ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মশ্ৰাকৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰীতেশ মিশ্ৰক নিলম্বন কৰা হৈছে । এতিয়াও চিকিৎসাধীন হৈ আছে কেইবাজনো লোক ।

Cash seized in Dhubri: ধুবুৰীত ২০ লাখ টকাসহ চাৰিজনক গ্ৰেপ্তাৰ

ধুবুৰীত হাৱালাৰ ২০ লাখ টকা জব্দ গৌৰীপুৰ আৰক্ষীৰ (Cash seized in Dhubri) । বিলাসী বাহনসহ চাৰিটা সৰবৰাহকাৰীক আটক । গৌৰীপুৰ আৰক্ষীৰ জালত বিলাসীবাহনৰ চালকসহ চাৰিটা হাৱালাৰ টকা সৰবৰাহকাৰী (Four persons arrested with cash)।

Do you know why we use wood with every film industry:বলীউড,হলীউড,টলীউড সকলোতে কিয় ব্যৱহাৰ হয় উড?

বিশ্বৰ বহু চলচ্চিত্ৰ উদ্যোগে হলীউডৰ পৰা অনুপ্ৰাণিত হৈ নাম গ্ৰহণ কৰিছে । এই লেখাটোৰ জৰিয়তে প্ৰতিটো চলচ্চিত্ৰ জগতৰ নামৰ পিছতে ব্যৱহাৰ কৰা Wood ৰ হলীউডৰ সৈতে থকা প্ৰত্যক্ষ সম্পৰ্কৰ কথা আপোনালোকলৈ আগবঢ়াইছো(Do you know why we use wood with every film industry)-

National Wrestling Championships: ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম মল্লযুদ্ধ দল গঠন

নগাঁৱত ৰাজ্যিক মল্লযুদ্ধ দলৰ বাছনি শিবিৰত অসম দল ঘোষণা (Wrestling team selection camp)। অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.