ETV Bharat / state

এলাহবাদত আবদ্ধ অসমৰ 27 গৰাকী তীৰ্থযাত্ৰী

author img

By

Published : Mar 23, 2020, 6:08 PM IST

দেশত কৰ'ণা ভাইৰাছৰ ভয়াৱহ পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে ৰে'ল চলাচল ৷ যাৰ বাবে এলাহাবাদত আবদ্ধ হৈ আছে বাক্সাৰ তামুলপুৰৰ পৰা তীৰ্থ ভ্ৰমণলৈ যোৱা ২৭ গৰাকীকৈ তীৰ্থযাত্ৰী ৷

অসমৰ 27 গৰাকী তীৰ্থযাত্ৰী
অসমৰ 27 গৰাকী তীৰ্থযাত্ৰী

তামুলপুৰ, 22 মাৰ্চঃ এলাহাবাদত আবদ্ধ হৈ আছে বাক্সাৰ তামুলপুৰৰ পৰা তীৰ্থ ভ্ৰমণলৈ যোৱা ২৭ গৰাকীকৈ তীৰ্থযাত্ৰী ৷ দেশত কৰ'ণা ভাইৰাছৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে ৰে'ল চলাচল ৷ যাৰ বাবে কেইবাদিনো ধৰি ২৭ গৰাকীকৈ তীৰ্থযাত্ৰী এলাহাবাদ ষ্টেচনত আবদ্ধ হৈ পৰাৰ ফলত সন্মুখীন হৈছে ভিন্ন অসুবিধাৰ ৷

এলাহবাদত আবদ্ধ অসমৰ 27 গৰাকী তীৰ্থযাত্ৰী

যাত্ৰীসকলৰ ভিতৰত 8 গৰাকী বাক্সা জিলাৰ অন্তৰ্গত বেটাগাঁৱৰ, 8 গৰাকী লতিবাৰীৰ আৰু 11 গৰাকী দোৱামাখা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ তেওঁলোকে ইতিমধ্যে সহায়ৰ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ বন্ধ হৈ পৰিল ভাৰত-ভূটান সংযোগী সকলো দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.