ETV Bharat / state

বাক্সাত এন জি অ’ৰ কৰ্মীক প্ৰহাৰৰ অভিযোগ - দিৰিং ট্যুৰিজিম কো অপাৰেটিভ ছ'চাইটি

ছ'চাইটিয়ে স্থানীয় গাওঁবাসীৰ অভাৱ সমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছে যদিও বিগত সময়ছোৱাত 'কা' আন্দোলন আৰু কৰ'ণা ভাইৰাছৰ বাবে আৰ্থিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷

Tensions continue in the village due to the closure of the picnic spot's entrance
বনভোজস্থলীৰ প্ৰবেশদ্বাৰ বন্ধ কৰাক লৈ দ্বাৰাগাঁৱত অব্যাহত উত্তেজনা
author img

By

Published : Oct 11, 2020, 9:54 PM IST

বৰমা,11অক্টোবৰ : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দ্বাৰাগাঁৱত থকা বনভোজস্থলীৰ প্ৰবেশ দ্বাৰ বন্ধ কৰাক লৈ অব্যাহত আছে চেপা উত্তেজনা ৷ তদুপৰি প্ৰবেশ দ্বাৰত কৰ্তব্যৰত হিচাপে থকা যুৱকক মাৰধৰ কৰা লোকসকলক মুছলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও ইতিমধ্যে আটাইকেইজনকে জামিনত মুকলি কৰি দিয়া হৈছে ৷ ইয়াকে লৈ ক্ষোভ উজাৰিছে দিৰিং ট্যুৰিজিম কো অপাৰেটিভ ছ'চাইটিয়ে ৷

বনভোজস্থলীৰ প্ৰবেশদ্বাৰ বন্ধ কৰাক লৈ দ্বাৰাগাঁৱত অব্যাহত উত্তেজনা

এনজিঅ’ৰ সাধাৰণ সম্পাদক ৰাজেন দেউৰীয়ে মন্তব্য কৰি কয় , ছ'চাইটিয়ে স্থানীয় গাওঁবাসীৰ অভাৱ সমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছে যদিও বিগত সময়ছোৱাত 'কা' আন্দোলন আৰু কৰ'ণা ভাইৰাছৰ বাবে আৰ্থিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷ তদুপৰি, ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জগদীশ ৰামছিয়াৰীয়ে ছিণ্ডিকেট চলাই আহিছে বুলি একাংশ লোকে কৰা অভিযোগ ভিত্তিহীন বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.