ETV Bharat / state

বাক্সাত এন জি অ’ৰ কৰ্মীক প্ৰহাৰৰ অভিযোগ

ছ'চাইটিয়ে স্থানীয় গাওঁবাসীৰ অভাৱ সমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছে যদিও বিগত সময়ছোৱাত 'কা' আন্দোলন আৰু কৰ'ণা ভাইৰাছৰ বাবে আৰ্থিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷

author img

By

Published : Oct 11, 2020, 9:54 PM IST

Tensions continue in the village due to the closure of the picnic spot's entrance
বনভোজস্থলীৰ প্ৰবেশদ্বাৰ বন্ধ কৰাক লৈ দ্বাৰাগাঁৱত অব্যাহত উত্তেজনা

বৰমা,11অক্টোবৰ : বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দ্বাৰাগাঁৱত থকা বনভোজস্থলীৰ প্ৰবেশ দ্বাৰ বন্ধ কৰাক লৈ অব্যাহত আছে চেপা উত্তেজনা ৷ তদুপৰি প্ৰবেশ দ্বাৰত কৰ্তব্যৰত হিচাপে থকা যুৱকক মাৰধৰ কৰা লোকসকলক মুছলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও ইতিমধ্যে আটাইকেইজনকে জামিনত মুকলি কৰি দিয়া হৈছে ৷ ইয়াকে লৈ ক্ষোভ উজাৰিছে দিৰিং ট্যুৰিজিম কো অপাৰেটিভ ছ'চাইটিয়ে ৷

এনজিঅ’ৰ সাধাৰণ সম্পাদক ৰাজেন দেউৰীয়ে মন্তব্য কৰি কয় , ছ'চাইটিয়ে স্থানীয় গাওঁবাসীৰ অভাৱ সমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছে যদিও বিগত সময়ছোৱাত 'কা' আন্দোলন আৰু কৰ'ণা ভাইৰাছৰ বাবে আৰ্থিকভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷ তদুপৰি, ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জগদীশ ৰামছিয়াৰীয়ে ছিণ্ডিকেট চলাই আহিছে বুলি একাংশ লোকে কৰা অভিযোগ ভিত্তিহীন বুলিও মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.