ETV Bharat / state

আৰক্ষীৰ অভিযানত তামুলপুৰত চোৰাং গৰু জব্দ - তামুলপুৰত চোৰাং গৰু জব্দ নিউজ

বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । সৰবৰাহকাৰীৰ গাড়ীসহ দুটাকৈ চোৰাং গৰু জব্দ ৷ তদন্ত অব্যাহত ৷

তামুলপুৰত সৰবৰাহকাৰীৰ গাড়ীসহ দুটাকৈ চোৰাং গৰু জব্দ
author img

By

Published : Sep 14, 2019, 2:18 PM IST

তামুলপুৰ, 14 ছেপ্টেম্বৰ: বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এক অভিযান চলাই শনিবাৰে পুৱতি নিশা তামুলপুৰত চোৰাং গৰুসহ টাটা ডি আই গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷

বাক্সাৰ তামুলপুৰত চোৰাং গৰুসহ জব্দ হ'ল সৰবৰাহকাৰী গাড়ী
জব্দকৃত টাটা ডি আই গাড়ী নং এছ -২৫ ডিচি-৮৪২৩ বাহনখনত দুটা চোৰাং গৰু আছিল ৷ আৰক্ষীৰ অভিযানত গৰুসহ ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয় যদিও গৰুচোৰসহ গাড়ীৰ চালকজনে পলায়ন কৰে ৷ পিছত আৰক্ষীয়ে গাড়ীখন তামুলপুৰলৈ আনি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াৰ অন্তত গৰুচোৰ চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে ৷

Intro:বাক্সাৰ তামুলপুৰত টাটা ডি আই গাড়ীসহ দুটা চোৰাং গৰু জব্দ ।Body:বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহ সাফল্য । তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এক অভিযান চলাই আজি পুৱতি নিশা
তামুলপুৰত চোৰাং গৰুসহ টাটা ডি আই গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দকৃত টাটা ডি আই গাড়ী নং এছ -২৫ ডিচি-৮৪২৩ গাড়ীখনত দুটা চোৰাং গৰু আছিল ৷ আৰক্ষীৰ অভিযানত গৰু সহ ডি আই গাড়ী জব্দ কৰিবলৈ সক্ষম হয় যদিও গৰুচোৰ সহ গাড়ীৰ চালকৰ পলায়ন কৰে ৷ তামুলপুৰ আৰক্ষীয়ে ৰঙিয়া - ভূটান পথেৰে খেদি খেদি গাড়ী আৰু গৰু জব্দ ৰঙিয়াৰ তুলসীবাৰীত ৷ Conclusion:পিছত আৰক্ষীয়ে জব্দকৃত গৰু সহ গাড়ীখন তামুলপুৰলৈ আনি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তত গৰু চোৰ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হব বুলি জনাইছে ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.