তামুলপুৰ, 8 নৱেম্বৰঃ বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলিৰ ৩৬ কিলোমিটাৰ পথ মেৰামতিৰ দাবীত শুক্ৰবাৰে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও ছাত্ৰ সংগঠনে ৷ শুক্ৰবাৰে দিনৰ 11 বজাত ৰূপায়ন কৰা উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী দলটোৱে বিভিন্ন শ্লোগানেৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷ যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইছে, সেই সময়তে উক্ত পথছোৱাৰ এই জৰাজীৰ্ণ অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে ৷ বিগত বহু বছৰ ধৰি পথচোৱা বিধ্বস্ত হৈ আছে যদিও চৰকাৰে কোনো গুৰুত্ত্ব নিদিয়াৰ অভিযোগ তুলি আজি আছু, এবছু,আৰছু,শৰণীয়া ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ছাত্ৰ সংগঠনৰ প্ৰতিবাদেৰে উত্তাল তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় - প্ৰতিবাদেৰে উত্তাল তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়
বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলিৰ ৩৬ কিলোমিটাৰ পথ মেৰামতিৰ দাবীত শুক্ৰবাৰে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও ছাত্ৰ সংগঠনে ৷ শুক্ৰবাৰে দিনৰ 11 বজাত ৰূপায়ন কৰা উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী দলটোৱে বিভিন্ন শ্লোগানেৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷
![ছাত্ৰ সংগঠনৰ প্ৰতিবাদেৰে উত্তাল তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5005901-thumbnail-3x2-t.jpg?imwidth=3840)
তামুলপুৰ, 8 নৱেম্বৰঃ বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলিৰ ৩৬ কিলোমিটাৰ পথ মেৰামতিৰ দাবীত শুক্ৰবাৰে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে কেইবাটাও ছাত্ৰ সংগঠনে ৷ শুক্ৰবাৰে দিনৰ 11 বজাত ৰূপায়ন কৰা উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী দলটোৱে বিভিন্ন শ্লোগানেৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷ যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইছে, সেই সময়তে উক্ত পথছোৱাৰ এই জৰাজীৰ্ণ অৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে ৷ বিগত বহু বছৰ ধৰি পথচোৱা বিধ্বস্ত হৈ আছে যদিও চৰকাৰে কোনো গুৰুত্ত্ব নিদিয়াৰ অভিযোগ তুলি আজি আছু, এবছু,আৰছু,শৰণীয়া ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
Body:বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলিৰ ৩৬ কিলো মিটাৰ পথ মেৰামতিৰ দাবীত তামুলপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত জাতীয় ছাত্র সংগঠন সমূহে শুক্ৰবাৰে দিনৰ ১১ বজাত এক বিক্ষোপ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে সৰ্বানন্দ সণোৱাল হুচিয়াৰ, গৰকাপ্তানী মন্ত্ৰী হুচিয়াৰ, বিশ্বজিৎ দৈমাৰী হুচিয়াৰ, হাগ্ৰামাক মহিলাৰী মুৰ্দাবাদ, বি পি এফ চৰকাৰ হায় হায়, নৱকুমাৰ শৰণীয়া হুচিয়াৰ, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ কাম নাই ,ৰঙিয়া-লতিবাৰী পথ পুণৰ নিৰ্মাণ কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে।Conclusion:উল্লেখযোগ্য য়ে যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইছে, সেই সময়তে ৰঙিয়া-কাউৰবাহা-গান্ধীবাৰী-লতিবাৰী-নাগ্ৰীজুলি পথৰ দৃশ্যই মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে আচলতে ৰাজ্যত কিমান উন্নয়ন হৈছে।এই পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত। বিগত বহু বছৰ ধৰি পথচোৱা বিধ্বস্ত হৈ আছে যদিও চৰকাৰে কোনো গুৰুত্ত্ব নিদিয়াৰ অভিযোগ তুলি আজি আছু, এবছু,আৰছু, শৰণীয়া ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
বাইট---- অজয় বড়ো, সভাপতি তামুলপুৰ মহকুমা ছাত্ৰ সন্থা।
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।