ETV Bharat / state

মুছলপুৰত পতাকা উত্তোলন কৰিলে মন্ত্রী ৰিহন দৈমাৰীয়ে - বাক্সা জিলা প্ৰশাসন

বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰস্থিত জিলা খেলপথাৰত উদযাপন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ মুছলপুৰত পতাকা উত্তোলন কৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহন দৈমাৰীয়ে ৷

মুছলপুৰত পতাকা উত্তোলন কৰিলে মন্ত্রী ৰিহন দৈমাৰীয়ে

author img

By

Published : Jan 26, 2021, 2:16 PM IST

Updated : Jan 26, 2021, 2:29 PM IST

বাক্সা, ২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তটো গণৰাজ্য় দিৱস পালন কৰা হয় ৷ বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰস্থিত জিলা খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহন দৈমাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কথা উল্লেখ কৰে।

মুছলপুৰত পতাকা উত্তোলন কৰিলে মন্ত্রী ৰিহন দৈমাৰীয়ে

উল্লেখ্য যে,বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই গণৰাজ্য দিৱসত বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস,বিধায়ক থানেশ্বৰ বসুমতাৰী,বিধায়ক মনেশ্বৰ ব্ৰহ্ম, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন

Last Updated : Jan 26, 2021, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.