ETV Bharat / state

BTAD ৰ উন্নয়নৰ নগ্ন স্বৰূপ: বাক্সাৰ তামুলপুৰত ৰাইজে সাজিলে বাঁহৰ দলং

author img

By

Published : Oct 25, 2019, 3:26 PM IST

স্বাধীনোত্তৰ কালৰে পৰা নাছিল পাগলদিয়া নদীৰ ওপৰত এখনো দলং । অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো কোনো ধৰণৰ সহাঁৰি নোপোৱাৰ ফলত ৰাইজে ৰ'দ, বৰষুণকো নেওচি দিনে নিশাই বাঁহৰ দলঙৰ নিৰ্মাণ কাৰ্য চলাই গৈছিল।

BTAD ৰ উন্নয়নৰ নগ্ন স্বৰূপ

বাক্সা, 25 অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নামচৰীয়া গাৱঁত ৰাইজে সাজিলে বাঁহৰ দলং । ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে পুনৰ বিটিচি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদাঙালে নামচৰীয়া গাঁৱৰ ৰাইজে । বাক্সা জিলাৰ গোৰেশ্বৰ- তামুলপুৰ -মুছলপুৰ সংযোগী পাগলদিয়া নদীৰ ওপৰত ৰাইজে সাজি উলিয়াই বাঁহৰ দলং ৷ শুকুৰবাৰে এক মাংগলিক পৰিৱেশত ভুক্তভুগী ৰাইজে শুভাৰম্ভ কৰে সাজি উলিওৱা বাঁহৰ দলংখনৰ ৷

BTAD ৰ উন্নয়নৰ নগ্ন স্বৰূপ

জানিব পৰা মতে স্বাধীনোত্তৰ কালৰে পৰা নাছিল পাগলদিয়া নদীৰ ওপৰত এখনো দলং । অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰাৰ পিচতো কোনো ধৰণৰ সহাঁৰি নোপোৱাৰ ফলত ৰাইজে ৰ'দ,বৰষুণকো নেওচি দিনে নিশাই বাঁহৰ দলঙৰ নিৰ্মাণ কাৰ্য চলাই গৈছিল। অঞ্চলটোৰ লোক সকলে জানিবলৈ দিয়া মতে প্ৰায় ৪ লাখ টকা গাঠিৰ ধন ভাঙি সাজি উলিয়াইছে ২০০ মিটাৰ দীঘল বাঁহৰ দলংখন । প্ৰতি বছৰে ৰাইজে এনেদৰে বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও বাৰিষাৰ সময়চোৱাত ফেনে ফুটাই বাঢ়ি অহা পানীয়ে উটুৱাই লৈ যায় ৰাইজে নিৰ্মান কৰা বাঁহৰ দলং ।

Intro:বিটিএডিৰ উন্নয়নৰ নগ্ন স্বৰূপ বাক্সাৰ তামুলপুৰত পুণৰ ৰাইজে সাজিলে বাহৰ দলং ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নামচৰীয়া গাওঁত ৰাইজে সাজিলে বাহৰ দলং । ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই থকা সময়তে পুণৰ বিটিচি চৰকাৰৰ ফোঁপোলা স্বৰূপ উদাঙালে নামচৰীয়া গাঁৱৰ ৰাইজে ।বাক্সা জিলাৰ গোৰেশ্বৰ- তামুলপুৰ -মুছলপুৰ সংযোগী পাগলদিয়া নদীৰ ওপৰত সাজিলে বাহৰ দলং খন আজি এক মাংগলিক পৰিবেশত শুভাৰম্ভ কৰে তামুলপুৰৰ কৃষি সম্প্ৰসাৰণ বিষয়া ধীৰেন দাসে । আজি পাগলদিয়া নদীৰ ওপৰত নিৰ্মাণ কৰা বাহৰ দলংখনে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ বাবে উন্নয়ন ৰচনা কৰিলে নামচৰীয়াগাওঁবাসীয়ে । জানিব পৰা মতে স্বাধীনোত্তৰ কালৰে পৰা নাছিল পাগলদিয়া নদীৰ ওপৰত এখনো দলং । অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ধৰণৰ সহাৰি নোপোৱাৰ ফলত এতিয়া এইদৰে অঞ্চলটোৰ ৰাইজে ৰদ,বৰষুণকো নেওচি দিনে নিশাই বাহৰ দলং নিৰ্মাণ কাৰ্য্য চলাই গৈছিল।

Conclusion:অঞ্চলটোৰ লোক সকলে জানিব দিয়া মতে প্ৰায় ৪ লাখ টকা নিজৰ গাঠিৰ ধন ভাঙি সাজি উলিয়ালে ২০০ মিটাৰ দীঘল বাহৰ দলংখন । প্ৰতি বছৰে ৰাইজে এনেদৰে বাহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও বাৰিষাৰ সময়চোৱাত ফেনে ফুটাই বাঢ়ি অহা পানীয়ে উটুৱাই লৈ যায় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.