ETV Bharat / state

তামুলপুৰত PJACBMৰ সভাত ধীৰেণ বড়োক ক্ষুৰধাৰ সমালোচনা গোবিন্দ বসুমতাৰীৰ

author img

By

Published : Oct 26, 2019, 10:07 PM IST

বাক্সা জিলা পিপ'লছ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ ৩২ জনীয়া সমিতি গঠন ৷

pjacbm meeting in tamulpur baksa

তামুলপুৰ, 26 অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নিজডেফেলীত পিপ'লছ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ শনিবাৰে আবেলি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে এন ডি এফ বি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰী । উক্ত সভাত একালৰ সতীৰ্থ ধীৰেন বড়োক ক্ষুৰধাৰ সমালোচনা কৰে এন ডি এফ বি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ ব্যক্তি স্বাৰ্থ পূৰণৰ বাবে সংগ এৰা বুলি গোবিন্দ বসুমতাৰীয়ে ধীৰেণ বড়োক সমালোচনা কৰে ৷

তামুলপুৰত পিপোলচ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ সভা অনুষ্ঠিত

এন ডি এফ বিৰ(প্ৰ)ৰ সভাপতিগৰাকীয়ে বিটিএডিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীকো বড়োলেণ্ডৰ বিৰোধিতা কৰা বাবে তীৰ্যকভাৱে সমালোচনা আগবঢ়ায় ৷ এই সভাতে বাক্সা জিলা পিপ'লছ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ ৩২ জনীয়া এখনি সমিতি গঠন কৰা হয় আৰু উক্ত সভাতে এবছু, ইউ পি পি দলৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

লগতে চাওকঃৰাজ্যৰ প্ৰান্তে প্ৰান্তে শনিবাৰেও অব্যাহত বিজেপিৰ সংকল্প যাত্ৰা

Intro:ধীৰেন বড়ো হাগ্ৰামা মহিলাৰীৰ পকেটত সোমোৱা মানুহ - গোবিন্দ বসুমতাৰী এন ডি এফ বি(পি) সভাপতি ।
বাক্সাৰ নিজডেফেলীৰ পিপোলচ জইন্ট এক্সন ফৰ বড়োলেণ্ডৰ মোভমেন্টত সাধাৰণ সভা ।

Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নিজডেফেলীত পৃথক ৰাজ্য দাবী সমিতিৰ পিপোলচ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ শনিবাৰে আবেলি এখন সাধাৰণ সভা অনুষ্ঠিত হয় । আজিৰ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে এন ডি এফ বিৰ (পি)ৰ সভাপতি গোবিন্দ বসুমতাৰী । উক্ত সভাত একালৰ সতীৰ্থ ধীৰেন বড়োক ক্ষুধাৰ সমালোচনা কৰে এন ডি এফ বি(পি)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে , ধীৰেন বড়ো এগৰাকী দিনতে সপোন দেখা মানুহ ,কেন্দ্ৰীয় চৰকাৰ ইমান মুৰ্খ নহয় যে ধীৰেন বড়োৰ কথা মতে পৃথক ৰাজ্য দিব । ধীৰেন বড়ো এন ডি এফ বিৰ পৰা ভাঙি যোৱা এটা ক্ষুদ্ৰ সংগঠন । এন ডি এফ বিৰ আজীৱন সভাপতি হৈ থাকিব বিছৰা এজন ব্যক্তি স্বাৰ্থ সম্পন্ন নেতা আৰু সভাপতি নোপোৱা বাবেই হাগ্ৰামা মহিলাৰীৰ পকেটত সোমাই লৈ কেইজনমান এন ডি এফ বিৰ সদস্যক পৃথক কৰি নামাকৰণ বেলেগ কৰিব নোৱাৰি সেয়ে এন ডি এফ বি(পি) নাম ৰাখিলে বুলি কয় বসুমতাৰীয়ে । আনহাতে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীকো এন ডি এফ বিৰ (পি)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে তীব্ৰ কতাখ কৰি কয়ে হাগ্ৰামা মহিলাৰী এটাই উদ্দেশ্য বিটিচিৰ চিফ হৈ থকাৰ সেই কাৰণে তেওঁ বড়োলেণ্ডৰ বিৰোধীতা কৰিছিল । এতিয়া যিহেতু হাগ্ৰামা মহিলাৰীৰ পকেটত পইছা নাই আৰু সেই কাৰণে ধীৰেন বড়োক পকেটত সোমাই চুক্তি স্বাক্ষৰ কৰিব খুজিছে , তেতিয়া হে হাগ্ৰামা মহিলাৰী আকৌ কেইটামান টকা ঘটিব পাৰিব বুলি কয় ।

সেয়ে সভাপতি গৰাকীয়ে ৰাইজক

Conclusion:আজিৰ সভাতে বাক্সা জিলা পিজেএচিবিএমৰ ৩২ জনীয়া এখনি সমিতি গঠন কৰা হয় আৰু উক্ত সভাতে এবছু,ইউ পি পি দলৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.