ETV Bharat / state

পখিলা খেদা বয়সত হুইল চেয়াৰত বহি জীৱন কটাইছে এটি কণমানিয়ে

কমেও পাঁচৰ পৰা ছয়লাখ টকাৰ প্ৰয়োজন শিশুটিৰ চিকিৎসাৰ বাবে ৷ চাইকেলৰ মেকানিক গৌতম হালৈৰ এতিয়া উপায়হীন হৈ পৰিছে ৷ কন্যাৰ ভৱিষ্যত অন্ধকাৰ দেখি হতাশ হৈ পৰিছে পৰিয়ালটো ৷

government help
author img

By

Published : May 11, 2019, 2:36 PM IST

বাক্সা , 11 মে' : এটি ফুলকুমলীয়া শিশু ৷ পখিলা খেদাৰ বয়স শিশুটিৰ ৷ নাজানে ৰঙীন পৃথিৱীখনৰ কোনো আওভাওঁ ৷ লগৰ সংগীৰ সৈতে ৰং ধেমালী কৰাৰ সময় ৷ কিন্তু হুইলচেয়াৰত বহি সময় অতিবাহিত কৰিছে শিশুটিয়ে ৷

সাহাৰ্যৰ অপেক্ষাত এটি কণমাণি

বাক্সা জিলাৰ বেলগুৰিপথাৰ গাঁৱৰ বাসিন্দা গৌতম হালৈ আৰু অঞ্জনা হালৈৰ জীয়ৰী ৰিম্পী হালৈ ৷ জন্মৰ পাচৰে পৰা শাৰীৰিক ভাৱে অক্ষম শিশুটি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰিও আৰোগ্য নোহোৱা শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন অধিক ধনৰ ৷ কমেও পাঁচৰ পৰা ছয়লাখ টকাৰ প্ৰয়োজন শিশুটিৰ চিকিৎসাৰ বাবে ৷ শিশুটিৰ পিতৃ চাইকেলৰ মেকানিক গৌতম হালৈ এতিয়া উপায়হীন হৈ পৰিছে ৷ কন্যাৰ ভৱিষ্যত অন্ধকাৰ দেখি হতাশ হৈ পৰিছে পৰিয়ালটো ৷ বিগত সময়চোৱাত শিশুটিৰ চিকিৎসাৰ বাবদ শেষ হৈছে সকলো জমা ধন ৷ চৰকাৰী সাহাৰ্য অবিহনে এতিয়া অন্ধকাৰ দেখিছে পৰিয়ালটোৱে ৷ মাতৃ অঞ্জনা হালৈৰ কাতৰ অনুৰোধ চৰকাৰে সহায় কৰক তেওঁলোকক ৷

Intro:এজনী ফুলকোমলীয়া শিশু ৷ পখিলা খেদাৰ বয়স তাইৰ ৷ নাজানে ৰঙীন পৃথিৱীখনৰ কোনো আওভাওঁ ৷ লগৰ সংগীৰ সৈতে ৰং ধেমালী কৰাৰ সময় ৷ কিন্তু হুইলচেয়াৰত বহি সময় অতিবাহিত কৰিছে শিশুটিয়েBody:এক দূৰাৰোগ্য ৰোগত আক্ৰান্ত শিশুটি ৷ বাক্সা জিলাৰ বেলগুৰিপথাৰ গাঁৱৰ বাসিন্দা গৌতম হালৈ আৰু অঞ্জনা হালৈৰ জীয়ৰী এই শিশুটি ৷ শিশুটিৰ নাম ৰিম্পী হালৈ ৷ জন্মৰ পিচৰে পৰা বিকলাংগ শিশুটি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰিও আৰোগ্য নহ 'ল শিশুটি ৷ চিকিৎসকৰ পৰামৰ্শ বাহিৰলৈ নি উন্নত চিকিৎসা কৰাৰ ৷ পিচে দুখীয়া পৰিয়ালটিৰ হাতত নাই পৰ্যাপ্ত ধন ৷ কমেও পাঁচৰ পৰা ছয়লাখ টকাৰ প্ৰয়োজন শিশুটিৰ চিকিৎসাৰ বাবে ৷ চাইকেলৰ মেকানিক গৌতম হালৈৰ এতিয়া নিৰুপায়হীন হৈ পৰিছে ৷ কন্যাৰ ভৱিষ্যত অন্ধকাৰ দেখি হতাশ হৈ পৰিছে পৰিয়ালটো ৷ বিক্ৰী কৰিবলৈও নাই একো লাওধূনা ৷ বিগত সময়চোৱাত শিশুটিৰ চিকিৎসাৰ বাবদ সকলো শেষ ৷ চৰকাৰী সাহাৰ্য অবিহনে এতিয়া অন্ধকাৰ দেখিছে পৰিয়ালটোৱে ৷Conclusion: ৷ মাতৃ অঞ্জনা হালৈৰ কাতৰ অনুৰোধ চৰকাৰে সহায় কৰক তেওঁলোকক ৷
বাইট-মাতৃ
চাপাগুৰীৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.