ETV Bharat / state

অপহৰণ নহয় প্ৰাক্তন প্ৰেমিকৰ ওচৰলৈ পলাইহে গৈছিল ৰিংকু - বাক্সা

এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা 25 মে’ৰ নিশা প্ৰায় 12 বজাত ঘৰৰ খিৰিকী ভাঙি শালবাৰী থানাৰ অন্তৰ্গত আওঁহাটা গাঁৱৰ মানৱ বৰ্মন, নৱদ্বীপ নাথ, ধৰণী মেধি আৰু হৰে নাথ নামৰ যুৱক চাৰিজনে বলপূৰ্বকভাবে উঠাই নিছিল বোৱাৰী ৰিংকু দাসক ৷

অপহৰণ নহয় প্ৰাক্তন প্ৰেমিকৰ ওচৰলৈ পলাইহে গৈছিল ৰিংকু
author img

By

Published : Jun 23, 2019, 5:04 PM IST

বাক্সা, 23 জুন : বাক্সাৰ শালবাৰীৰ বোৱাৰী অপহৰণ কাণ্ডৰ নতুন মোৰ ৷ কোনেও অপহৰণ কৰা নাছিল বোৱাৰী ৰিংকু দাসক ৷ পূৰ্বৰ প্ৰেমিকৰ সৈতে পলাই গৈছিল ন বিবাহিতা ৰিংকু ৷ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে কালি গোৱৰ্ধনা আৰক্ষী থানাত হাজিৰ হৈ ৰিংকুৱে ঘটনাৰ সৱিশেষ জানিব দিয়ে ৷ অপহৰণ কৰা বুলি থানাত ভুৱা গোচৰ দিছিল পৰিয়ালে ৷ আজি এই কথা নিজে জানিবলৈ দিয়ে ৰিংকু দাসে ৷ উল্লেখ্য যে, বিগত 25 মে'ৰ নিশা বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ চিআৰপিএফ বাহিনীত কৰ্মৰত যুৱক সুজিত নাথৰ পত্নী ৰিংকু দাসক চাৰিজন যুৱকে অপহৰণ কৰা বুলি গোৱৰ্ধনা থানাত গোচৰ তৰিছিল ৰিংকুৰ স্বামীৰ পৰিয়ালে ৷

অপহৰণ নহয় প্ৰাক্তন প্ৰেমিকৰ ওচৰলৈ পলাইহে গৈছিল ৰিংকু

এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা 25 মে’ৰ নিশা প্ৰায় 12 বজাত ঘৰৰ খিৰিকী ভাঙি শালবাৰী থানাৰ অন্তৰ্গত আওঁহাটা গাঁৱৰ মানৱ বৰ্মন, নৱদ্বীপ নাথ, ধৰণী মেধি আৰু হৰে নাথ নামৰ যুৱক চাৰিজনে বলপূৰ্বকভাবে উঠাই নিছিল বোৱাৰী ৰিংকু দাসক ৷ এই সন্দৰ্ভত বিগত 20 জুনত সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল এটা বাতৰি ৷ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিচতে শনিবাৰে গোৱৰ্ধনা থানাত উপস্থিত হয় অপহৃত ৰিংকু দাস ৷ তেওঁ জানিব দিয়া মতে তেওঁক কোনেও অপহৰণ কৰা নাছিল ৷ স্ব-ইচ্ছাই প্ৰেমিক মানৱ দাসৰ সৈতে পলাইহে গৈছিল সুজিত নাথৰ ঘৰৰ পৰা ৷ পিতৃ পৰিয়ালে জোৰকৈ সুজিতৰ সৈতে বিয়া বহিবলৈ বাধ্য কৰাইছিল ৰিংকুক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শনিবাৰে বাক্সা জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালততো নিজৰ ভাষ্য প্ৰদান কৰে ৰিংকুৱে ৷

Intro:বাক্সাৰ শালবাৰীৰ বোৱাৰী অপহৰণৰ নতুন মোৰ ৷ কোনোও অপহৰণ কৰা নাছিল বোৱাৰী ৰিংকু দাসক ৷ পূৰ্বৰ প্ৰেমিকৰ সৈতে পলাই গৈছিল ন বিবাহিতা ৰিংকুৱে ৷ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে কালি গোৱৰ্ধনা আৰক্ষী থানাত হাজিৰ হৈ ৰিংকুৱে ঘটনাৰ সৱিশেষ জানিব দিয়ে ৷ Body:অপহৃত হোৱা নাছিল বাক্সাৰ শালবাৰীৰ ৰিংকু দাস ৷ পূৰ্বৰ প্ৰেমিকৰ সৈতে স্বামী গৃহৰ পৰা পলায়ন কৰিছিল ৰিংকুৱে ৷ অপহৰণ কৰা বুলি থানাত ভুৱা গোচৰ দিছিল পৰিয়ালে ৷ আজি এই কথা জানিব দিয়ে খোদ ৰিংকু নাসে ৷ উল্লেখ্য যে বিগত ২৫ মে'ৰ নিশা বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ চিআৰপিএফ বাহিনীত কৰ্মৰত যুৱক সুজিত নাথৰ পত্নী ৰিংকু দাসক চাৰিজন
যুৱকে অপহৰণ কৰা বুলি গোৱৰ্ধনা থানাত গোচৰ তৰিছিল ৰিংকুৰ স্বামীৰ পৰিয়ালে ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা ২৫ মে’ৰ নিশা প্ৰায় ১২ বজাত ঘৰৰ খিৰিকী ভাঙি শালবাৰী থানাৰ অন্তৰ্গত আওঁহাটা গাঁৱৰ মানৱ বৰ্মন, নৱদ্বীপ নাথ, ধৰণী মেধি আৰু হৰে নাথ নামৰ যুৱক চাৰিজনে বলপূৰ্বক উঠাই নিছিল বোৱাৰী ৰিংকু দাসক ৷ এই সন্দৰ্ভত বিগত 20 জুনত সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল এটা বাতৰি ৷
পিচে বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিচতে শনিবাৰে গোৱৰ্ধনা থানাত উপস্থিত হয় অপহৃত ৰিংকু দাস ৷
তেওঁ জানিব দিয়া মতে তেওঁক কোনেও অপহৰণ কৰা নাছিল ৷ প্ৰেমিক মানৱ দাসৰ সৈতে পলাইহে গৈছিল সুজিত নাথৰ ঘৰৰ পৰা ৷ পিতৃ পৰিয়ালে জোৰকৈ সুজিতৰ সৈতে বিয়া দিছিল ৰিংকুক ৷ সেয়ে পূৰ্ৱৰ প্ৰেমিকৰ লগত পলায় গৈছিল তেওঁ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শনিবাৰে বাক্সা জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালততো নিজৰ ভাষ্য প্ৰদান কৰে ৰিংকুৱে ৷Conclusion:বাইট-ৰিংকু দাস।
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.