ETV Bharat / state

কোকৰাঝাৰত উপস্থিত এনডিএফবি নেতা জি বিদাই

author img

By

Published : Jan 22, 2020, 9:19 PM IST

Updated : Jan 22, 2020, 11:15 PM IST

কোকৰাঝাৰত উপস্থিত এনডিএফবি নেতা জি বিদাই ৷ শেহতীয়াকৈ বিআৰ ফেৰেংগা আৰু বি চাওৰাইগৌৰাৰ পিচতে ভূটানত থকা এনডিএফবি নেতাগৰাকীয়ে সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে ৷

কোকৰাঝাৰত উপস্থিত এনডিএফবি নেতা জি বিদাই
কোকৰাঝাৰত উপস্থিত এনডিএফবি নেতা জি বিদাই

বাক্সা, 22 জানুৱাৰীঃ অৱশেষত এন ডি এফ (ছ)ৰ দুধৰ্ষ নেতা জি বিদাই শান্তি আলোচনাৰ বাবে মুলসূঁতিলৈ উভতি অহাৰ খবৰ পোৱা গৈছে । বাক্সা জিলাৰ শালবাৰীৰ লাবদাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত অক্সিগুৰি গাঁওৰ একালৰ সেনাবাহিনী আৰু আৰক্ষীৰ বাবে মূৰৰ কামোৰ হৈ পৰা দুৰ্ধৰ্ষ এনডিএফবি (ছ) নেতা জি বিদাই ওৰফে বিষ্ণু গয়াৰী বড়োসকলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ বাবে আজি ওলাই অহা পৰিলক্ষিত হয় ৷

ইতিমধ্যে পোনে পোনে কোকৰাঝাৰৰ পৰা অহা আৰক্ষীৰ দলে ভূটান সীমান্তৰ পৰা নিজৰ জিম্মাত লৈ যায় বি বিদায়সহ তেওঁৰ কেইবাগৰাকী সতীৰ্থক ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা আৰক্ষী তথা সেনাৰ দলে দুৰত্বত অৱস্থান কৰিছে ৷ অৱশ্যে নেতাগৰাকী কোকৰাঝাৰৰ পৰা দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে ৷ এনডিএফবি (ছ)ৰ নেতা জি বিদাই ওৰফে বিষ্ণু গয়াৰীয়ে বিটিএডিত খোজ পেলোৱাৰ লগে লগে বড়ো জনগোষ্ঠীয় লোকে উষ্ম আদৰনি জনায় ৷

Intro:অৱশেষত এন ডি এফৰ (স) দুধৰ্ষ নেতা বি বিদায় অৰেফে জি বিদায় শান্তি আলোচনাৰ বাবে মুলসতি লৈ উভতি আহিল।Body:বাক্সাৰ শালবাৰীৰ লাবদাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত অক্সিগুৰি গাঁওৰ একালৰ সেনাবাহিনী আৰু আৰক্ষীৰ বাবে মুৰৰ কামুৰনী হৈ পৰা দুৰ্ধৰ্ষ এনডিএফবি(স) নেতা বি বিদাই ওৰফে জি বিদাই ওৰফে বিষ্ণু গয়াৰী বড়ো সকলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ বাবে আজি ওলাই অহা পৰিলক্ষিত হয় আৰু পোনে পোনে কোকোৰাঝাৰৰ পৰা অহা আৰক্ষীৰ দলে ভূটান সীমান্তৰ পৰা নিজৰ জিম্মাত লৈ যায় বি বিদায়সহ তেওঁৰ কেইবাগৰাকী সতিৰ্থক ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখি বি বিদাইৰ ওপৰত বৰ্তমান কোনো ধৰণৰ বাতৰি পৰিবেশন নকৰিবলৈ সংবাদ মাধ্যমক আৰক্ষীৰ অনুৰোধ৷

Conclusion: কোকৰাঝাৰৰ পৰা দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে৷ এনডিএফবি (ছ) ৰ নেতা বি বিদায় ওৰফে বিষ্ণু গয়াৰীয়ে বিটিএডিত খোজ পেলোৱাৰ লগে লগে বড়ো জনগোষ্ঠীয় লোকে উষ্ম আদৰনি জনায়৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

Last Updated : Jan 22, 2020, 11:15 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.