ETV Bharat / state

বৰমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিক্ষক প্ৰশিক্ষণ - Etv Bharat

বাক্সা জিলৰ বৰমা মহাবিদ্যালয়ত 28 আৰু 29 মে’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ৷ সমাৰোহত 10 পৰা 17 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক বৈজ্ঞানিক দৃষ্টিভংগীৰে চিন্তাশীল কৰি তোলাৰ লগতে কেনে ধৰণৰ দৃষ্টিভংগীৰে ছাত্ৰ- ছাত্ৰীক উৎসাহ যোগাব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় ৷

বৰমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিক্ষক প্ৰশিক্ষণ
author img

By

Published : May 30, 2019, 7:30 AM IST

বৰমা, 30 মে’: অসম ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক অৰুপ কুমাৰ মিশ্ৰাই জানিবলৈ দিয়া অনুসৰি সমাৰোহত ছাত্ৰ- ছাত্ৰীসকলে বৈজ্ঞানিক দৃষ্টিৰে কাম কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে তাৰ ওপৰতো আলোচনা কৰা হয় ৷ তদুপৰি এই বছৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বড়ো, অসমীয়া, বঙালী, হিন্দীৰ লগতে কাৰ্বি ভাষাতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

সমাৰোহখন উদ্ধোধন কৰে বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ টিকেন চন্দ্ৰ দাসে ৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখনত নামনি অসমৰ 11 খন জিলাৰ পৰা পাঁচজনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্য্যসূচী যোৱা ২৮ আৰু ২৯ মে’ ত দুদিনীয়াকৈ্ বৰমা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠানটো হৈ যায় ৷

Intro:অসমৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সমল ব্যক্তিক বৰমা কলেজত দুদিনীয়াকৈ প্ৰশিক্ষণঃঃ আজি অন্তিম দিনঃBody:বৰমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বিশেষ পাৰদৰ্শী শিক্ষক প্ৰশিক্ষণঃ

বৰমা, ২৯ মে’,
বাক্সা জিলৰ বৰমা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সমল বেক্তি সকলৰ ওপৰত কৰ্মশালা অনুষ্টিত হৈছে ৷ ১০ - পৰা ১৭ বছৰৰ ছাত্ৰ - ছাত্ৰীক কিদৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে চিন্তাশীল কৰি তুলিব পাৰে লগতে কেনে ধৰণৰ দৃষ্টিভংগীৰে ছাত্ৰ- ছাত্ৰীক উৎসাহ যোগাব পাৰি তাৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হব বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদৰ সঞ্চালক অৰুপ কুমাৰ মিশ্ৰয় ৷ তেওঁ লগতে জনায় যে ছাত্ৰ - ছাত্ৰী সকলে বৈজ্ঞানিক দৃষ্টিৰে কাম কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে তাৰ ওপৰতো আলোচনা কৰে ৷ বড়ো, অসমীয়া, বঙালী, হিন্দীৰ লগতে এইবাৰ কাৰ্বি ভাষাতো ছাত্ৰ - ছাত্ৰীয়ে সমাৰোহত যোগদান কৰাৰ ব্যৱস্থা কৰিছে বুলিও জনায় ৷ অনুষ্ঠানতো বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ টিকেন চন্দ্ৰ দাসেৰ উন্মোচন কৰাৰ লগতে নামনি অসমৰ ১১ খন জিলাৰ পৰা পাচ জনকৈ প্ৰতিনিধিয়ে অশ গ্ৰহণ কৰিছে ৷ উক্ত কাৰ্য্যসূচী যোৱা ২৮ আৰু ২৯ মে’ ত দুদিনীয়াকৈ্ বৰমা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠানটো হৈ যায় ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত কিদৰে ছাত - ছাত্ৰী সকলক নিৰিক্ষণ কৰা হব আৰু ছাত্ৰ ছাত্ৰীয়ে লৈ অনা সজুলিসমুহক কেনেধৰণেে নম্বৰ দিয় হব তাৰ ওপৰত বৰমা মহাবিদ্যালয়ত ২৮ আৰু ২৯ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে প্ৰশিক্ষণ হৈ যায় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.