ETV Bharat / state

ভোট গণনা কেন্দ্ৰত নৱ কুমাৰ শৰণীয়া

author img

By

Published : May 23, 2019, 6:26 PM IST

Updated : May 23, 2019, 6:40 PM IST

কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া উপস্থিত হৈছে বাক্সাৰ মছলপুৰ ভোট গণনা কেন্দ্ৰত । নিৰ্বাচনত জয়ী হৈ ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰে তেওঁ ।

ভোট গণনা কেন্দ্ৰত উপস্থিত নৱ কুমাৰ শৰণীয়া

বাক্সা, ২৩ মে': বৃহস্পতিবাৰে বাক্সাৰ মছলপুৰ ভোট গণনা কেন্দ্ৰত উপস্থিত হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া । নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰিলে ৰাইজৰ সুৰক্ষা তথা তেওঁলোকৰ অধিকাৰ সম্পৰ্কত মাত মাতি যাব বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ।

Intro:বাক্সাৰ মছলপুৰ ভোট গণনা কেন্দ্ৰত উপস্থিত ।

Body:আজি কোকৰাঝাৰ সমষ্টিৰ অবড়োৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ৰ

Conclusion:আজি কোকৰাঝাৰ সমষ্টিৰ অবড়োৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ
Last Updated : May 23, 2019, 6:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.