ETV Bharat / state

মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ দৈমাৰীৰ

author img

By

Published : Jul 19, 2020, 10:39 PM IST

দেওবাৰে সমগ্ৰ বিটিচি অঞ্চলত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

mp-biswajit-daimary-reaction
মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্বজিৎ দৈমাৰীৰ

বাক্সা,19জুলাইঃ সমগ্ৰ ৰাজ্যতে কৰ‘ণা মহামাৰীৰ বাবে আতংকময় পৰিবেশৰ সৃষ্টি হৈ থকাৰ মাজতে বি টি চিৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰক লৈ সমগ্ৰ বিটিচিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনহাতে বি টি চি নিৰ্বাচনো কৰ‘ণা মহামাৰীৰ বাবে অনিদিষ্ট কাললৈ স্থগিত ৰাখিবলগীয়া হৈছে । সেই সময়তে শনিবাৰৰে পৰা দেওবাৰৰ ভিতৰত বি টি চিৰ চাৰিখন জিলাত আৰক্ষীয়ে ইতিমধ্যে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হৈছে‌ । ইপিনে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বি পি এফৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । দেওবাৰে সন্ধিয়া বাক্সাৰ গোৰেশ্বৰৰ উপস্থিত হৈ সাংসদ দৈমাৰীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ।

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.