ETV Bharat / state

ৰাজীৱ গান্ধী মহাবিদ্যালয়ত মে’ দিৱস উৎযাপন - ETV BHARAT

বাক্সা জিলাৰ বৰমাৰ ৰাজীৱ গান্ধী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সমাজকৰ্মী কৰুণাকান্ত কলিতাৰ সভাপতিত্বত মে' দিৱস উদযাপন কৰা হয়।এই দিৱসৰ উদযাপন কৰে নমাটি আঞ্চলিক নিৰ্মাণ শ্ৰমিক ইউনিয়ন, অংগনৱাড়ী কৰ্মী সহায়িকা সন্থা আৰু টিহু বৰমা আঞ্চলিক কৃষক সভাই ।

ৰাজীৱ গান্ধী মহাবিদ্যালয়ত মে’ দিৱস উৎযাপন
author img

By

Published : May 1, 2019, 7:39 PM IST

বৰমা, ১ মেঃ বাক্সা জিলাৰ বৰমাৰ কদমতল ৰাজীৱ গান্ধী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মে' দিৱস উদযাপন কৰা হয় । এই দিৱসৰ উদযাপন কৰে নমাটি আঞ্চলিক নিৰ্মাণ শ্ৰমিক ইউনিয়ন, অংগনৱাড়ী কৰ্মী সহায়িকা সন্থা আৰু টিহু বৰমা আঞ্চলিক কৃষক সভাই ।

ৰাজীৱ গান্ধী মহাবিদ্যালয়ত মে’ দিৱস উৎযাপন

সমাজকৰ্মী কৰুণাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বক্তৃতা প্ৰদান কৰে তপন শৰ্মা আৰু বাক্সা জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি গোবিন্দ নাথে ৷ এই সভাতে মে' দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে সমাজকৰ্মী কৰুণাকান্ত কলিতাই ।

Intro:বৰমাৰ কদমতলত ৰাজীৱ গান্ধী মহাবিদ্যালয়ত মে’ দিৱস উৎযাপনঃBody:বৰমাত মে’ দিৱস পালনঃ
বৰমা, ১ মে’ঃ
বাক্সা জিলাৰ বৰমাৰ কদমতল ৰাজীৱ গান্ধী মহাবিদ্যালয়ৰ পেক্ষাগৃহত নমাটি আঞ্চলিক নিৰ্মান শ্ৰমিক ইউনিয়ন, অংগনৱাড়ী কৰ্মীৰ সহায়িকা সন্হা আৰু টিহু বৰমা আঞ্চলিক কৃষক সভাই মে’ দিৱস পালন কৰে ৷ সমাজকৰ্মী কৰুণা কান্ত কলিতাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত বক্তব্য ৰাখে অসম ৰাজ্যিক কমিটি চি.আই.টি.ইউ. সম্পাদক তপন শৰ্মা, বাক্সা জিলা নিৰ্মান শ্ৰমিক ইউনিয়নৰ সভাপতি গোবিন্দ নাথ আদিয়ে ভাষণ ৰাখে ৷ ১ মে’ ৰ তাৎপৰ্যৰ ওপৰত ভাষণ ৰাখে কৰুণাকান্ত কলিতাই ৷ তেওঁ কয় যে ১৮৮৬ চনৰ ১ মে’ তাৰিখে চিকাগো চহৰত লক্ষাধিক শ্ৰমিকে ধৰ্মঘট কৰি থকা সময়তে মালিক শ্ৰেণীৰ আজ্ঞাবাহী পুলিচৰ গুলিত ৬ জন শ্ৰমিক নিহত হৈছিল ৷ ১৮৮৯ চনৰ ১৪ জুলাই তাৰিখে শ্ৰমিকৰ মহান নেতা এঞ্জেলচৰ নেতৃত্বত আন্তৰ্জাতিক সন্মিলনৰ সিদ্ধান্ত লোৱা হল আৰু শ্ৰমিক আন্দোলনৰ স্মৃতি ৰক্ষা তথা গুলীবিদ্ধ শ্ৰমিকক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ১ মে’ তাৰিখটো সমগ্ৰ বিশ্বতেই ঐতিহাসিক মে’ দিৱস হিছাপে উদযাপিত হৈ আহিছে ৷
মে’ দিৱসৰ তাৎপৰ্য আজিও প্ৰাসংগিক ৷ সমগ্ৰ বিশ্বত পুজিবাদী দেশবোৰত আজিও শোষণ- বঞ্চনা চলি আহিছে ৷ সেয়েহে শ্ৰমিক আন্দোলন তীব্ৰতাও বৃদ্ধি পাইছে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:১ মে’ তাৰিখটো প্ৰতিবছৰে সমগ্ৰ বিশ্বই মে’ দিৱস হিচাপে পালন কৰি আহিছে ৷ সমাজ বেৱস্থাৰ পৰিৱৰ্তন মাজেদি পুজিবাদী ব্যৱস্থা গঢ়ি উঠাৰ পৰাই শ্ৰমিক শ্ৰেণীৰ ওপৰত নিৰ্মম শোষণ- নিৰ্যাতন চলাই অহা হৈছে ৷ যাৰ ফলত শ্ৰমিক সকল প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে ৷

মে দিৱসৰ তাৎপৰ্য্যৰ বিষয়ে কয় সমাজ কৰ্মী কৰুণাকান্ত কলিতাই ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.