ETV Bharat / state

গোৰেশ্বৰত মে' দিৱস উদযাপন - আলোচনা চক্ৰ

তামুলপুৰৰ গোৰেশ্বৰ টাউনৰ মাজমজিয়াত বহুকেইটা সংগঠনৰ সহযোগত পালন কৰা হয় মে' দিৱস । মে' দিৱসৰ ৰক্ত পতাকা উত্তোলন কৰে খগেন ডেকাই । এই আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে কৃষক শ্ৰমিক নেতা বসুদেৱ কলিতা, কৰুণা ভূঞা আৰু যুৱনেতা বিৰাজ ডেকা৷

গোৰেশ্বৰত মে' দিৱস উদযাপন
author img

By

Published : May 1, 2019, 10:20 PM IST

তামুলপুৰ, ১ মেঃ তামুলপুৰৰ গোৰেশ্বৰ টাউনৰ মাজমজিয়াত পালন বুধবাৰে চিটু, শ্ৰমিক ইউনিয়ন, কৃষক মজদুৰ আদি সংগঠনে পালন কৰে মে' দিৱস। মে' দিৱসৰ ৰক্ত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ নিৰ্মাণ শ্ৰমিক ইউনিয়ন সমিতিৰ সম্পাদনক খগেন ডেকাই। শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলী অৰ্পণ কৰে কৃষক নেতা কৰুণ ভূঞা আৰু ধৰনী বড়োৱে।

গোৰেশ্বৰত মে' দিৱস উদযাপন

গোৰেশ্বৰৰ ৰাজপথেৰে শোভাযাত্ৰা উলিওৱাৰ পাছতে দিনৰ ১২ বজাত গোৰেশ্বৰস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত বিশিষ্ট কবি, সাহিত্যিক আজিত তালুকদাৰৰ সঞ্চালনাত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে কৃষক শ্ৰমিক নেতা বসুদেৱ কলিতা,কৰুণা ভূঞা আৰু যুৱনেতা বিৰাজ ডেকা। অনুষ্ঠানত ভাৰতীয় গণনাট্য সংঘৰ গোৰেশ্বৰ শাখাৰ শিল্পীসকলে কেইবাটাও গণ সংগীত পৰিৱেশন কৰে।

Intro:তামুলপুৰৰ গোৰেশ্বৰত আন্তৰ্জাতিক মে দিৱস পালন।
গোৰেশ্বৰ টাউনৰ মাজমজিয়াত পালন কৰে এই কাৰ্য্যসূচী ।
চিটু নিৰ্মাণ, শ্ৰমিক ইউনিয়ন, কৃষক মজদুৰ ছাত্র যুব আদি সংগঠনে পালন কৰে মে দিৱস।Body:১ মে/২০১৯
তামুলপুৰ।
তামুলপুৰৰ গোৰেশ্বৰত আজি চিটু নিৰ্মাণ, শ্ৰমিক ইউনিয়ন, কৃষক মজদুৰ ছাত্র যুৱ আদি সংগঠনৰ উদ্দোগত কেন্দ্ৰীয় ভাবে আন্তৰ্জাতিক মে দিৱস পালন কৰা হয়।মে দিৱসৰ ৰক্ত পতাকা উত্তোলন কৰে কামৰূপ জিলাৰ নিৰ্মাণ শ্ৰমিক ইউনিয়ন সমিতিৰ সম্পাদনক খগেন ডেকাই।শ্বহীদ স্মৃতিত পুস্পাঞ্জলী অৰ্পণ কৰে কৃষক নেতা কৰুণ ভূঞা আৰু ধৰনী বড়োই।ইয়াৰ পিছতে গোৰেশ্বৰ ৰ ৰাজ পথেৰে ৰক্তপতাকা সম্বলিত শোভাযাত্ৰা উলিয়াই।দিনৰ ১২বজাত গোৰেশ্বৰস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত বিশিষ্ট কবি সাহিত্যিক আজিত তালুকদাৰ ৰ সঞ্চালনাত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।আলোচক হিচাবে উপস্থিত থাকে কৃষক শ্ৰমিক নেতা বসুদেৱ কলিতা,কৰুণা ভূঞা আৰু যুৱ নেতা বিৰাজ ডেকাই।
অনুষ্ঠান ত ভাৰতীয় গণনাট্য সংঘৰ গোৰেশ্বৰ শাখাৰ শিল্পী সকলে কেবাটাও গন সংগীত পৰিবেশন কৰে।
ভাষ্য-----যুৱ নেতা বিৰাজ ডেকা।
১/৫/১৯
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.