ETV Bharat / state

CAA আৰু EIA বাতিলৰ দাবীত বাক্সাত আছুৰ প্ৰতিবাদ

CAA আৰু EIA বাতিলৰ দাবীত বাক্সাত আছুৰ প্ৰতিবাদ ৷ বাইক ৰেলী বাহিৰ কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Massive Protest In Baksa
CAA আৰু EIA বাতিলৰ দাবীত বাক্সাত আছুৰ প্ৰতিবাদ
author img

By

Published : Sep 16, 2020, 6:27 PM IST

বৰমা, 16 ছেপ্তেম্বৰ : নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ খচৰা 2020 বাতিলৰ দাবীত বুধবাৰে বাক্সাৰ মুছলপুৰত বাক্সা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত এক বাইক ৰেলী উলিওবা হয় । আছুৰ উদ্যোগত উলিওবা ৰেলীত বিজেপি চৰকাৰ হায় হায়,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,নৰেন্দ্ৰ মোডী হুচিয়াৰ,'কা' আৰু EIA বাতিল কৰক আদি ধ্বনি দি মুছলপুৰ উত্তাল কৰি তোলে ।

CAA আৰু EIA বাতিলৰ দাবীত বাক্সাত আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে অনতিপলমে নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ খচৰা 2020 বাতিলৰ দাবী জনাইছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : মানিকপুৰত ভদীয়া বানত জলমগ্ন 20 খনৰ অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.