ETV Bharat / state

দুপইচা উপাৰ্জনৰ আশাত পথৰ কাষত বহি শাক-পাচলি বিক্ৰী কৰিছে বহুজনে

author img

By

Published : May 18, 2020, 8:49 PM IST

লক ডাউনৰ পূৰ্বে হোটেল আদিত কৰ্মৰত হৈ থকা বহু যুৱকেও এতিয়া দুপইচা উপাৰ্জনৰ আশাত পথৰ কাষত বহি বিক্ৰী কৰিছে শাক-পাচলি ৷

many peoples sales vagitables on street side during lock down in baksa
দুপইচা উপাৰ্জনৰ আশাত পথৰ কাষত বহি শাক-পাচলি বিক্ৰী কৰিছে বহুজনে

বৰমা, 18 মে' : চলি থকা লক ডাউনৰ ফলত বন্ধ হৈ পৰিছে বিভিন্ন প্ৰতিষ্টানত কৰ্মৰত বহু লোকৰ উপাৰ্জনৰ পথ ৷ যাৰ পৰিপেক্ষিতত এতিয়া উপাৰ্জনৰ পথ সলাবলৈ বাধ্য হৈ পৰিছে বহুজনে ৷

অন্যহাতে গ্ৰাম্যাঞ্চলত শাক-পাচলি আদিৰ খেতিৰ জৰিয়তে পৰিয়াল পোহপাল দি থকা লোক সকলো হৈ পৰিছে দিশহাৰা ৷

বাক্সাৰ মুছলপুৰত লক ডাউনৰ মাজতে বহু পুৰুষ-মহিলাই দিনৰ ভাগত পথৰ কাষত বহি বিক্ৰী কৰিছে গাঁৱৰ পৰা সংগ্ৰহ কৰা শাক-পাচলি ৷ লক ডাউনৰ পূৰ্বে হোটেল আদিত কৰ্মৰত হৈ থকা বহু যুৱকেও এতিয়া দুপইচা উপাৰ্জনৰ আশাত এনেদৰেই পথৰ কাষত বহি বিক্ৰী কৰিছে শাক-পাচলি ৷ অন্যহাতে ক্ৰেতা সকলেও লক ডাউনৰ নিয়ম পালন কৰি অতি সচেতনতাৰ মাজেৰে শাক-পাচলি ক্ৰয় কৰি থকা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: পুত্ৰক সুস্থ কৰি দিয়াৰ কামনাৰে স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ আহ্বান মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.