ETV Bharat / state

ল’ক ডাউন মানাহ ৰাষ্ট্ৰীয় উদ্যানত - বিশ্ব ত্ৰাস কৰোণা ভাইৰাছৰ বাবে বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ল’ক ডাউন

মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ মুখ্য দুৱাৰ বিশ্বব্যাপি কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতিয়াকৈ বন্ধ কৰি দিয়া হৈছে ৷ আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ আশে পাশে থাকে স্থানীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

manas-national-park-lock-down
ল’ক ডাউন মানাহ ৰাষ্ট্ৰীয় উদ্যান ল’ক ডাউন
author img

By

Published : Mar 26, 2020, 8:50 PM IST

বাক্সা, 26 মাৰ্চ : বিশ্বত্ৰাস কৰ'ণা ভাইৰাছৰ বাবে বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান লক ডাউন । শেহতীয়াকৈ বিশ্বত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মঙলবাৰৰে পৰা ২১ দিনলৈ সমগ্ৰ দেশতেই তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰে । মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ মুখ্য দুৱাৰ বিশ্বব্যাপি কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতিয়াকৈ বন্ধ কৰি দিয়া হৈছে ৷ আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ আশে পাশে থাকে স্থানীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

ল’ক ডাউন মানাহ ৰাষ্ট্ৰীয় উদ্যান ল’ক ডাউন

এই সময়চোৱাত সকলো লোককে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ দিয়াৰ লগতে তিনিজনতকৈ অধিক লোক একগোট হ'ব নোৱাৰিব বুলি নিৰ্দেশনা দিয়া হৈছে । দেশৰ প্ৰধানমন্ত্ৰীৰ ঘোষণাক সমগ্ৰ দেশতেই সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷ এইক্ষেত্ৰত জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান সমূহকো বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক : আইন অমান্যকাৰী একাংশ লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.