ETV Bharat / state

বাক্সাত আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

জালাহত এটা ছয় কোটি টকীয়া আৰু মুছলপুৰৰ নিকটৱৰ্তী ২ নং শুৱনশ্ৰীত তিনি কোটি টকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ কাৰিকৰী আৰু জনস্বাস্থ্য মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷

বাক্সাত আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন
author img

By

Published : Oct 24, 2019, 9:29 PM IST

বাক্সা,24 অক্টোবৰ: একালৰ অগ্নিগৰ্ভা অঞ্চল বাক্সাত এতিয়া আৰম্ভ হৈছে উন্নয়নৰ জয় যাত্ৰা ৷ ২০০৩ চনৰ আগতে এক উত্তপ্ত পৰিস্থিতয়ে বিৰাজ কৰা জিলা খনত এতিয়া বৃদ্ধি পাইছে ইটো সিটোকৈ ন-ন আঁচনিৰ ৷ বৃহস্পতিবাৰে জিলাখনৰ জালাহত এটা ছয় কোটি টকীয়া আৰু মুছলপুৰৰ নিকটৱৰ্তী ২ নং শুৱনশ্ৰীত তিনি কোটিটকীয়া আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰি সুস্থ - সমাজ গঢ়াৰ স্বাৰ্থত বিপিএফ দলে কাম কৰি আহিছে আৰু আগলৈ কাম কৰি যাব বুলি ভাষণ ৰাখে ৰাজ্যৰ কাৰিকৰী আৰু জনস্বাস্থ্য মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ তেঁও লগতে কয় যে, বিটিচিবাসী ৰাইজে ইতিমধ্যে বুজি পাইছে আচলতে কাৰ পক্ষত থাকিলে ৰাইজৰ উপকাৰ হব ৷ সেয়েহে আগন্তুক বিটিচি নিৰ্বাচনত ৰাইজে বিপিএফ আৰু ইয়াৰ মিত্ৰ দল বিজেপি আৰু অগপ দলক ভোট প্ৰদান কৰিব ৷ আনহাতে নৱ কুমাৰ শৰণীয়াৰ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেঁও কয় যে, নৱ কুমাৰ শৰণীয়া বিপিএফ দলৰ কাৰণে কোনো ফেক্টৰ নহয় ৷ তেওঁ মিডিয়াৰ হে মানুহ ৷ বিটিচিত নৱ কুমাৰ শৰণীয়াৰ সংগঠনৰ কোনো অস্তিত্ব নাই ৷

বাক্সাত আৰ্চেনিক মুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

উল্লেখ্য যে, কালি বাক্সাৰ জালাহত এটা ছয় কোটি টকীয়া আৰু মুছলপুৰৰ নিকটৱৰ্তী ২ নং শুৱনশ্ৰীত তিনি কোটিটকীয়া আৰ্চেনিক মুক্ত পানী যোগান আচনীৰ আধাৰশিলা স্থাপন কৰে কাৰিকৰী আৰু জনস্বাস্থ্য মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ আধাৰশিলা স্থাপনৰ অন্তত শুৱনশ্ৰী সভাগৃহত অনুস্থিত হয় এখন ৰাজহুৱা সভা ৷ উক্ত সভাত স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী, তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Intro:বাক্সাত আৰ্চেনিক মুক্ত পানী যোগান আচনীৰ আধাৰশিলা স্থাপনঃBody:বাক্সাৰ জালাহত এটা ছয় কোটি টকীয়া আৰু মুছলপুৰৰ নিকটৱৰ্তী ২ নং শুৱনশ্ৰীত তিনি কোটি টকীয়া আৰ্চেনিক মুক্ত পানী যোগান আচনীৰ আধাৰশিলা স্থাপন
বাক্সা, ২৪ অক্টোবৰঃ
২০০৩ চনৰ আগতে অগ্নিগৰ্ভ অৱস্থাত আছিল এই অঞ্চল, এতিয়া বিটিচি গঠন হোৱাৰ পিছত শান্তি স্থাপন, উন্নতি হৈছে ৷ সুস্থ - সমাজ গঢ়াৰ স্বাৰ্থত বিপিএফ দলে কাম কৰি আহিছে আৰু আগলৈ কাম কৰি যাব বুলি ভাষণ ৰাখে ৰাজ্যৰ কাৰীকৰী আৰু জনস্বাস্থ্য মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ তেও লগতে কয় যে বিটিচিবাসী ৰাইজে ইতিমধ্যে বুজি পাইছে আছলতে কাৰ পক্ষত থাকিলে ৰাইজৰ উপকাৰ হব ৷ সেয়েহে আগন্তুক বিটিচি নিৰ্বাচনত ৰাইজে বিপিএফ আৰু ইয়াৰ মিত্ৰ দল বিজেপি আৰু অগপ দলক ভোট প্ৰদান কৰিব ৷ সাংবাদিকে সাংসদ নৱ কুমাৰ শৰণীয়াৰ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত কয় যে নৱ কুমাৰ শৰণীয়া বিপিএফ দলৰ কাৰণে কোনো ফেক্তৰ নহয় ৷ তেওঁ মিডিয়াৰ হে মানুহ ৷ বিটিচিত নৱ কুমাৰ শৰণীয়াৰ সংগঠনৰ কোনো অস্তিত্ব নাই ৷ উল্লেখ্য যে কালি বাক্সাৰ জালাহত এটা ছয় কোটি টকীয়া আৰু মুছলপুৰৰ নিকটৱৰ্তী ২ নং শুৱনশ্ৰীত তিনি কোটিটকীয়া আৰ্চেনিক মুক্ত পানী যোগান আচনীৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপনৰ অন্তত শুৱনশ্ৰী সভাগৃহত এখন ৰাজহুৱা সভা অনুস্থিত হয় ৷ উক্ত সভাত স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী, তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট বেক্তি উপস্থিত থাকে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বাক্সাত আৰ্চেনিক মুক্ত পানী যোগান আচনীৰ আধাৰশিলা স্থাপনঃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.