ETV Bharat / state

হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনভিত্তিক তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি - Baksha

দেওবাৰে বৰঙ্গাজুলী সত্ৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত শুভ মুক্তি দিয়া হয় 29 খন সত্ৰ স্থাপন কৰি বিভিন্ন জাতি জনজাতিক একতাৰ ডোলেৰে বান্ধি শংকৰদেৱৰ আদৰ্শৰে মানুহৰ মন জয় কৰা তামুলপুৰ বিধান সভাৰ সীমামুৰীয়া পানেৰী বিধান সভাৰ অন্তৰ্গত বৰঙ্গাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনভিত্তিক তথ্যচিত্ৰ "Alone in the combat zone" ৷

হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনৰ ভিত্তি তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি
author img

By

Published : Apr 23, 2019, 6:55 AM IST

তামুলপুৰ, 23 এপ্ৰিল: বৰঙ্গাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনৰ ভিত্তিত প্ৰযোজিত তথ্যচিত্ৰ "Alone in the combat zone" ৰ শুভ মুক্তি ৷ দেওবাৰে বৰঙ্গাজুলী সত্ৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত শুভ মুক্তি দিয়া হয় 29 খন সত্ৰ স্থাপন কৰি বিভিন্ন জাতি জনজাতিক একতাৰ ডোলেৰে বন্ধি শংকৰদেৱৰ আদৰ্শৰে মানুহৰ মন জয় কৰা তামুলপুৰ বিধান সভাৰ সীমামুৰীয়া পানেৰী বিধান সভাৰ অন্তৰ্গত বৰঙ্গাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনৰ ভিত্তিত প্ৰযোজিত তথ্যচিত্ৰ "Alone in the combat zone" ৷ সমাজৰ প্ৰতি দায়বদ্ধ এই গৰাকী মনিষীৰ জীৱনৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ খনিৰ পৰিচালনা মঞ্জুল বৰুৱাৰ লগতে প্ৰযোজনা গোপাল জালান আৰু মুন শইকীয়াৰ ৷ অঞ্চলটোৰ উন্নতিৰ হকে এতিয়াও অহৰহ কাম কৰি আছে 94 বৰ্ষ গড়কা এই মনিষি গৰাকীয়ে ৷ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাক শংকৰদেৱ বঁটা দিয়াৰ বাবে চৰকাৰক অনুৰোধ বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োৰ ।

Intro:২৯খন সত্ৰ স্থাপন কৰি বিভিন্ন জাতি জনজাতিক একতাৰ ডোলেৰে বন্ধি শংকৰদেৱৰ আদৰ্শৰে মানুহৰ মন জয়।

তামুলপুৰ বিধান সভাৰ সীমামুৰিয়া পানেৰী বিধান সভাৰ অন্তৰ্গত বৰঙ্গাজুলী সত্ৰৰ সত্ৰধিকাৰ হৰেকৃষ্ণ মহন্তৰ জীৱনৰ ভিত্তি প্ৰয়োজিত তথ্যচিত্ৰ Alone in the combat zone দেওবাৰে সত্ৰৰ পেক্ষাগৃহত এক গম্ভীৰ ৰ্য্যপূৰ্ণ অনুষ্ঠানত শুভ মুক্তি দিয়া হয়।Body:তামুলপুৰ,২২,এপ্ৰিল।
১৫বছৰ বয়সত বৰপেটাৰ পৰা তামুলপুৰ সীমান্তৰ ওদালগুৰি জিলাৰ বৰঙ্গাজুলী লৈ আহিছিল হৰেকৃষ্ণ মহন্ত আতা।সেই সময়ত আন্ধবিশ্বাস,তেজ,চকুপানী য়ে গ্ৰাস কৰি আছিল এই অঞ্চল।অনবৰতে বিদ্ৰোহৰ জুই কুৰা দাও দাও কৈ জ্বলি আছিল।নাছিল কোনো আনুষ্ঠানিক শিক্ষাৰ প্ৰসাৰ।
হৰেকৃষ্ণ মহন্ত এই অঞ্চললৈ আহিয়ে এইবোৰৰ সৈতে মুখা মুখি হৈ এক যুদ্ধ সদৃশ পৰিবেশ ত সুমুৱাই পৰিছিল।যিখন যুদ্ধ ত মানুহক একতা,ভাতৃত্ত বোধ,নীতি আদৰ্শৰে অনুপ্ৰনীত কৰিব পাৰি।যত অন্ধবিশ্বাস কুসংস্কাৰৰ স্থান নাই।
মহন্ত আতাই শিক্ষা ৰ বাবে এই অঞ্চলত ভালেকেইখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছে।
শংকৰদেৱৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত কৰি মানুহক সজ হবলৈ ২৯খন সত্ৰ স্থপন কৰিছে।আঞ্চলটোৰ উন্নতি ৰ হকে ৯৪বৰ্ষ গৰকা এই মনিষি গৰাকীয়ে এতিয়াও অহৰহ কাম কৰি আছে।

সমাজৰ প্ৰতি দায়বদ্ধ এই গৰাকী মনিষীৰ জীৱনৰ ওপৰত মঞ্জুলা বৰুৱাৰ পৰিচালনাৰে গোপাল জালাল আৰু মুন শ ইকীয়াৰ প্ৰযোজনা ৰে নিৰ্মিত তথ্যচিত্ৰ খন ৰ নাম Alone in the combat zone. এই তথ্যচিত্ৰ খন দেওবাৰে বৰঙ্গাজুলী সত্ৰৰ পেক্ষাগৃহত ৰাইজৰ উপস্থিত ত শুভ মুক্তি দিয়া হয়।Conclusion:কালিচৰণ ব্ৰক্ষ বটা প্ৰাপক হৰেকৃষ্ণ মহন্ত আতাক শংকৰদেৱ বটা দিয়াৰ বাবে বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োই চৰকাৰক অনুৰোধ জনাই।

২২/৪/২০১৯
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ।ETV Bharat.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.