ETV Bharat / state

তামুলপুৰৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত পীয়ুষ হাজৰিকা - assam news

সোমবাৰে তামুলপুৰ মহকুমাৰ দুখনকৈ চিকিৎসালয় পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য সঞ্চালক ড0 অচ্যুত কুমাৰ বৈশ্য, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুসহ বিটিচিৰ ই এম দেবেন বড়ো ৷

তামুলপুৰৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত পিযুষ হাজৰিকা
author img

By

Published : Jul 8, 2019, 8:42 PM IST

বাক্সা, 8 জুলাইঃ বাক্সাৰ তামুলপুৰৰ দুখনকৈ স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ সোমবাৰে তামুলপুৰ মহকুমাৰ দুখনকৈ চিকিৎসালয় পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য সঞ্চালক ড0 অচ্যুত কুমাৰ বৈশ্য তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰী আৰু বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুসহ বিটিচিৰ ই এম দেবেন বড়ো ৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমে তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয় খনৰ অপৰিস্কাৰ অৱস্থা প্ৰত্যক্ষ কৰি আচৰিত হয় ৷ শীঘ্ৰে চিকিৎসালয়ৰ প্ৰসূতি গৃহ ঔষধৰ ষ্টোৰ সহ চিকিৎসালয় খনৰ সকলো ব্যৱস্থাৰ বুজ লৈ চাফ-চিকুণৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ৷

তামুলপুৰৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত পিযুষ হাজৰিকা

আনহাতে, শেহতীয়াভাৱে জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত চিকিৎসক আৰু মহকুমা চিকিৎসা বিষয়াক সকলো ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ ৰোগীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত চিকিৎসক সকলক সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ পাচত তামুলপুৰ সামুহিক চিকিৎসা কেন্দ্ৰলৈ গৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ অধীক্ষক ভানু কছাৰীৰ পৰা বুজ লয় ৷ চিকিৎসা কেন্দ্ৰটোত বহুদিন ধৰি চিকিৎসক সকলে ভালকৈ কৰ্তব্য পালন নকৰাৰ অভিযোগ অনুসৰি চিকিৎসক সকলক কৈফিয়ৎ তলৱ কৰে ৷ লগতে চিকিৎসক সকলৰ গাফিলতি ধৰা পেলাই জিলা উপায়ুক্ত, বিধায়ক, স্বাস্থ্য সঞ্চালকৰ সন্মুখতে মন্ত্ৰী গৰাকীয়ে সকিয়নী দি নিজৰ কৰ্তব্য পালন কৰিবলৈ সোঁৱৰাই দিয়ে ৷ তামুলপুৰৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰাৰো মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

Intro:বাক্সাৰ তামুলপুৰৰ দুখনকৈ স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাBody:আজি তামুলপুৰ মহকুমাৰ দুখনকৈ চিকিৎসালয় পৰিদৰ্শন কৰিৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰী গৰাকীৰ সতে উপস্থিত থাকে স্বাস্থ্য সঞ্চালক ডা° অচ্যুত কুমাৰ বৈশ্য তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰী বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগু বিটিচিৰ ই এম দেবেন বড়ো ৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমে তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয় খনৰ অপৰিস্কাৰ অৱস্থা প্ৰত্যক্ষ কৰি আচৰিত হয় ৷ অতিশীঘ্ৰে চিকিৎসালয়ৰ প্ৰসূতি গৃহ ঔষধৰ ষ্টোৰ সহ চিকিৎসালয় খনৰ সকলো ব্যৱস্থাৰ বুজ লৈ চাফ চিকুনত প্ৰতি গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ৷ আনহাতে শেহতীয়া ভাৱে জাপানী এনকেফেলাইটিছ ৰোগৰ পাদুৰ্ভাৱ সম্পৰ্কত চিকিৎসক আৰু মহকুমা চিকিৎসা বিষয়াক সকলো ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ আনহাতে ৰোগীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত চিকিৎসক সকলক সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ পিছত তামুলপুৰ সামুহিক চিকিৎসা কেন্দ্ৰলৈ গৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ অধীক্ষক ভানু কছাৰীৰ পৰা সকলো বুজ লয় ৷
Conclusion:চিকিৎসা কেন্দ্ৰটোত বহুদিন ধৰি চিকিৎসক সকলে ভালকৈ কৰ্তব্য পালন নকৰাৰ অভিযোগ অনুসৰি চিকিৎসক সকলক কফিয়ৎ তলৱ কৰে চিকিৎসক সকলৰ গাফিলতি ধৰা পেলায় চিকিৎসক সকলক স্বয়ং জিলা উপায়ুক্ত, বিধায়ক. স্বাস্থ্য সঞ্চালকৰ সন্মুখতে মন্ত্ৰী গৰাকীয়ে সকিয়নি দি নিজৰ কৰ্তব্য পালন কৰিবলৈ শুৱাৰই দিয়ে ৷ লগতে দুয়োখন চিকিৎসালয়তে চিকিৎসক সকলে যাতে চৰকাৰী ঔষধ ব্যৱস্থা পত্ৰ লিখিবলৈ অনুৰোধ জনায় ৷ আজি তামুলপুৰত মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰাৰ কথাও মন্ত্ৰী গৰাকীয়ে সদৰি কৰে ।

ভাষ্য: পীযুষ হাজৰিকা

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.