ETV Bharat / state

প্ৰথম পৰ্যায়ত চাৰিটা সমষ্টিত জয়ী হ'ব মিত্ৰজোঁট: হাগ্ৰামা

author img

By

Published : Apr 11, 2019, 3:48 AM IST

বাক্মা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰৰ প্ৰেক্ষাগৃহত বুধবাৰে বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ দিলীপ শইকীয়াৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ চাৰিটা জয় হ'ব মিত্ৰজোঁট: হাগ্ৰামা

বাক্সা, 11 এপ্ৰিল: হাগ্ৰামা মহিলাৰীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ চাৰিটা সমষ্টিত মিত্ৰজোঁট জয় হ'ব বুলি দাবী কৰাৰ লগতে প্ৰমীলাৰাণী ব্ৰহ্ম বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে৷ হাগ্ৰামাই সভাত এবছু, এন ডি এফ বিক কঠোৰ ভাষাৰে সমালোচনা কৰে যদিও কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে। আনহাতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সভাত অংশগ্ৰহণ কৰি ইউ পি পি এলক ডাষ্টবিনৰ লগত তুলনা কৰে। তেওঁ ইউ পি পি এলক ভোট দিয়া আৰু ডাষ্টবিনত বস্তু পেলোৱা একে কথা বুলি মন্তব্য কৰে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ চাৰিটা জয় হ'ব মিত্ৰজোঁট: হাগ্ৰামা

সভাত বি পি এফৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মন্ত্ৰী ভৱেশ কলিতা, বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী লগতে বহুকেজন শীৰ্ষ নেতা উপস্থিত থাকে। অৱশ্যে সভাত অগপ দলৰ কোনো নেতা কৰ্মী উপস্থিত নথকাত তৃণমূল পৰ্যায়ত মিত্ৰতাৰ ক্ষেত্ৰত ক'ৰবাত আউল থকা বুলি চৰ্চিত হৈছে।

Intro:বাক্মা জিলাৰ গোৰেশ্বৰত বিজেপি,বিপিএফ আৰু অগপৰ মিত্ৰ জোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।Body:বাক্মা জিলাৰ গোৰেশ্বৰ ৰ বেঙেনা হাটী সত্ৰৰ পেক্ষাগৃহত বিপিএফ,বিজেপি আৰু অগপ ৰ মিত্ৰজোটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী য়ে।সভাত অংশগ্ৰহণ কৰি মহিলাৰী য়ে এবছু,এনডিএফবি ক কঠোৰ ভিষাৰে সমালোচনা কৰে। লক্ষণীয় ভাবে মহিলাৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ বিষয়ে কোনো মন্তব্য কৰা দেখা নগল।
সভাত ৰাজ্য সভাৰ সংসদ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰি ইউপিপিএলক ডাষ্টবিনৰ লগত তুলনা কৰে।ইউপিপিক ভোট দিয়া আৰু ডাষ্টবিনত বস্তু পেলোৱা একে কথা হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।সভাত বি পি এফৰ কেন্দ্ৰীয় নেতৃত্বৰ উপৰিও অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা,৮নংমঙ্গলদৈ লোক সভাৰ প্ৰাৰ্থী দিলীপ শইকীয়া,বি টি চি ৰ কাৰ্যবাহী সদস্য গনেশ কছাৰী,মহেশ্বৰ বসুমতাৰী লগতে বহুকেজন শীৰ্ষ নেতা উপস্থিত থাকে।
Conclusion:আনহাতে সভাত এজিপি দলৰ কোনো নেতা কৰ্মী উপস্থিত নথকাত তৃণমূল পৰ্য্যায়ত মিত্ৰতা ৰ ক্ষেত্ৰত কৰবাত আউল থকা বুলি সচেতন মহলৰ মাজত চৰ্চিত হৈছে।

ভাষ্য------হাগ্ৰামা মহিলাৰী।
মহিলাৰীয়ে বিশ্বনাথত হোৱা ঘট গম নাপায়।প্ৰথম পৰ্য্যায়ৰ পাচটা সমষ্টিৰ চাৰিটা জয় হব বুলি সাংবাদিক ৰ আগত কয়।প্ৰমীলাৰাণি বাইদেউ বিপুল ভোটত জিকিব আৰু এনডিএফবি য়ে ৰাইজক বন্দুকেৰে ভাবুকি দিছে ময়ো মৌন হৈ নাথাকো বুলি কয়।আনহাতে হীৰা শৰণীয়া ৰ কথা নকবলৈ সাংবাদিক ক অনুৰোধ জনায়।
১০/৪/২০১৯
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.