বাক্সা,6 জুলাইঃ বাক্সা জিলাৰ খেতিপথাৰত এইবাৰ দেখা দিছে "ব্লাড" ৰোগে ৷ বিশেষকৈ শাক পাচলিৰ খেতিৰ ব্যাপক অনিষ্ট সাধন কৰি কৃষকক চিন্তাত পেলাইছে এইবিধ ৰোগে ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ ইকৰাবিল গাঁৱৰ কৃষক হৰিবোল বিশ্বাসৰ পটল খেতিত ধৰা পৰিছে ব্লাড ৰোগ ৷ প্ৰায় চল্লিশ হাজাৰ টকা খৰচ কৰি কৰা পটলৰ লগতে বেঙেনা, কচু ,জলকীয়া আদি খেতিৰ ক্ৰয় মূল্য ঘূৰাই পাব নে নাই তাক লৈ বৰ্তমান চিন্তাত পৰিছে কৃষকজন ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত নাগ্ৰীজুলী, চলীকাণ্ডা, চাপাটল,আনন্দবজাৰ আদি অঞ্চলত সৃষ্টি হৈছিল ব্যাপক বানপানীৰ ৷
বাক্সাত খেতিয়কৰ মূৰৰ কামোৰণি "ব্লাড" - Baksha
বানৰ পাছত এতিয়া খেতি পথাৰ চানি ধৰিছে "ব্লাড" ৰোগে ৷ নষ্ট হৈছে খেতি, চিন্তিত খেতিয়ক ৷
বাক্সা,6 জুলাইঃ বাক্সা জিলাৰ খেতিপথাৰত এইবাৰ দেখা দিছে "ব্লাড" ৰোগে ৷ বিশেষকৈ শাক পাচলিৰ খেতিৰ ব্যাপক অনিষ্ট সাধন কৰি কৃষকক চিন্তাত পেলাইছে এইবিধ ৰোগে ৷ জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ ইকৰাবিল গাঁৱৰ কৃষক হৰিবোল বিশ্বাসৰ পটল খেতিত ধৰা পৰিছে ব্লাড ৰোগ ৷ প্ৰায় চল্লিশ হাজাৰ টকা খৰচ কৰি কৰা পটলৰ লগতে বেঙেনা, কচু ,জলকীয়া আদি খেতিৰ ক্ৰয় মূল্য ঘূৰাই পাব নে নাই তাক লৈ বৰ্তমান চিন্তাত পৰিছে কৃষকজন ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত নাগ্ৰীজুলী, চলীকাণ্ডা, চাপাটল,আনন্দবজাৰ আদি অঞ্চলত সৃষ্টি হৈছিল ব্যাপক বানপানীৰ ৷
Body:বানপানীৰ পিছত এইবাৰ বাক্সাৰ কৃষকলৈ ভাবুকি । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ পৰিষদীয় সমষ্টিৰ ইকৰাবিল গাঁৱৰ হৰিবোল বিশ্বাসৰ পটলৰ খেতিত ধৰিছে ব্লাড বেমাৰ । যাৰ ফলত প্ৰায় চল্লিশ হাজাৰ টকা খৰচ কৰি কৰা পটল খেতিৰ লগতে বেঙেনা, কচু ,জলকীয়া আদৰি পৰা এতিয়া নিজেই খৰচ কৰা মুল্য ঘুৰাই পাব নে নাই তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ।
Conclusion:উল্লেখ্য যে কিছুদিন পুৰ্বে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত নাগ্ৰীজুলী, চলীকাণ্ডা, চাপাটল,আনন্দবজাৰ,জাৰটালুক,খৈৰাণী আদিত বানপানীৰ সৃষ্টি হৈছিল । ফলত এতিয়া শাক পাচলি কৰা কৃষক সকলৰ পাচলিৰ ৰোগে চিন্তাত পেলাইছে ।
ভাষ্য :
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।