বাক্সা,16 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তবৰ্তী চেচাপানী গাঁৱৰ বাসিন্দা চানী বাহাদুৰ ৰাউত আৰু ইন্দিৰা ৰাউতৰ একমাত্ৰ জীয়ৰী গায়ত্ৰী দেৱীয়ে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হোৱাত সমগ্ৰ বিটিএডিৰ ভিতৰতেই প্ৰথম গৰাকীৰ ছাত্ৰীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ছাত্ৰীগৰাকীয়ে JEE Advance IIT প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বাক্সাৰ জিলাৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৯% শতাংশৰে লক্ষ্ণৌ দক্ষিণা সংস্থাৰ জৰিয়তে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা অৱতীৰ্ণ হৈছিল ৷ গায়ত্ৰীয়ে জানিবলৈ দিয়া মতে , প্ৰতিদিনে 6 ঘণ্টাকৈ পঢ়া-শুনা কৰাৰ লগতে এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰেৰণা কথা উল্লেখ কৰে ৷
বাক্সাৰ দৰিদ্ৰ কৃষকৰ জীয়ৰী উত্তীৰ্ণ IITৰ প্ৰৱেশ পৰীক্ষাত
ছাত্ৰীগৰাকীয়ে JEE Advance IIT প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে
বাক্সা,16 জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তবৰ্তী চেচাপানী গাঁৱৰ বাসিন্দা চানী বাহাদুৰ ৰাউত আৰু ইন্দিৰা ৰাউতৰ একমাত্ৰ জীয়ৰী গায়ত্ৰী দেৱীয়ে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা উত্তীৰ্ণ হোৱাত সমগ্ৰ বিটিএডিৰ ভিতৰতেই প্ৰথম গৰাকীৰ ছাত্ৰীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ছাত্ৰীগৰাকীয়ে JEE Advance IIT প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বাক্সাৰ জিলাৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৯% শতাংশৰে লক্ষ্ণৌ দক্ষিণা সংস্থাৰ জৰিয়তে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা অৱতীৰ্ণ হৈছিল ৷ গায়ত্ৰীয়ে জানিবলৈ দিয়া মতে , প্ৰতিদিনে 6 ঘণ্টাকৈ পঢ়া-শুনা কৰাৰ লগতে এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰেৰণা কথা উল্লেখ কৰে ৷
Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তবৰ্তী চেচাপানী গাঁৱৰ বাসীন্দা চানী বাহাদুৰ ৰাউত আৰু ইন্দিৰা ৰাউতৰ একমাত্ৰ জীয়ৰী গায়ত্ৰী দেৱীয়ে JEE Advance IIT ৰ প্ৰবেশ পৰীক্ষা উত্তীৰ্ণ হোৱাত সমগ্ৰ বিটিএডিৰ ভিতৰতেই প্ৰথম গৰাকীৰ ছাত্ৰীৰ যজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ছাত্রী গৰাকীয়ে JEE Advance IIT প্ৰবেশ পৰীক্ষাত উত্তীৰ্ণ হৈ সমগ্ৰ বাক্সা জিলাতে গৌৰৱ কঢ়িয়াই অনাত পিতৃ মাতৃৰ লগতে স্থানীয় লোক সকলেও গৌৰৱ অনুভৱ কৰিছে । বাক্সাৰ জিলাৰ নৱদোয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত ৮৯% শতাংশৰে লক্ষ্ণৌ দক্ষিণা সংস্থাৰ জৰিয়তে JEE Advance IIT ৰ প্ৰৱেশ পৰীক্ষা অৱতীৰ্ণ হৈছিলে আৰু যোৱাকালি সংস্থাটোৰ পৰা খবৰ পোৱা মাত্ৰকেই উৎফুল্লিত হৈ পৰে সমগ্ৰ চেচাপানীবাসী ।
Conclusion:ছাত্ৰী গৰাকীয়ে জানিব দিয়া মতে তেওঁ প্ৰতিদিনে ৬ ঘন্টাকৈ পঢ়া শুনা কৰিছিল আৰু ছাত্ৰী গৰাকীয়ে আজিৰ এই সফলতাৰ বাবে কৃতিত্ব শিক্ষক শিক্ষয়ত্ৰী আৰু পিতৃ মাতৃক বুলি জানিবলৈ দিয়ে ।
ভাষ্য : ১/গায়ত্ৰী দেৱী ২/ পিতৃ
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।