ETV Bharat / state

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

author img

By

Published : Aug 22, 2019, 12:48 PM IST

Updated : Aug 22, 2019, 1:13 PM IST

বিদ্যালয়খনত 2005 চনৰে পৰা মধ্যাহ্ন ভোজৰ ৰান্ধনী হিচাপে কৰ্মৰত 60 বছৰীয়া কামিনী নাথ নামৰ মহিলা গৰাকী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি,বিদ্যালয়খনৰ পানীৰ টেংকীত পানী ভৰাবলৈ মটৰৰ চুইটছ দিয়াৰ সময়তে ভৰিত তাঁৰ লাগি বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু ঘটে

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

বাক্সা, 22 আগষ্টঃ বাক্সাৰ দৰঙামেলা প্ৰাথমিক বিদ্যালয়ত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মধ্যাহ্ন ভোজনৰ ৰান্ধনী ৷ বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত দৰঙামেলা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই অঘটন ৷ বিদ্যালয়খনত 2005 চনৰে পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনী হিচাপে কৰ্মৰত 60 বছৰীয়া কামিনী নাথ নামৰ মহিলা গৰাকী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি,বিদ্যালয় খনৰ পানীৰ টেংকীত পানী ভৰাবলৈ মটৰৰ চুইটছ দিয়াৰ সময়তে ভৰিত তাঁৰ লাগি বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু ঘটে ৷

বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

আনহাতে,ঘটনা সম্পৰ্কে দৰঙামেলা আৰক্ষীক খবৰ দিয়াত মহিলা গৰাকীক আৰক্ষীয়ে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে । তাৰ পাচতে মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ।

Intro:বাক্সাৰ দৰঙামেলা প্ৰাথমিক বিদ্যালয়ৰ অঘটন । এগৰাকী মধ্যানো ভোজনৰ ৰান্ধনী বিদ্যুৎ পিষ্ঠ হৈ মৃত্যু ।
Body:বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা আৰক্ষী চকীৰ অন্তৰ্গত দৰঙামেলা প্ৰাথমিক বিদ্যালয়ত অঘটন ।
২০০৫ চনৰে পৰা মধ্যানু ভোজৰ ৰান্ধনী হিচাপে বিদ্যালয়খনত কৰ্মৰত ৬০ বছৰীয়া কামিনী নাথ নামৰ মহিলা গৰাকী বিদ্যু পিষ্ট হৈ মৃত্যু ঘটে । স্থানীয় লোক সকলে জানিব দিয়া মতে বিদ্যালয় খনত
অইন দিনাৰ দৰে বৃহস্পতিবাৰে পুৱাই বিদ্যালয় খনত থকা পানীৰ টেঙ্কীত পানী ভৰাবলৈ পানী মটৰৰ চুইছ দিবলৈ লওতে মহিলা গৰাকীৰ ভৰিত লাগি বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু ঘটে । লগে লগে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ মাজত হুৱাদুৱা লাগে । ঘটনাৰ সম্পৰ্কে দৰঙামেলা আৰক্ষীক খবৰ দিয়াত মহিলা গৰাকীক আৰক্ষীয়ে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভূৰ্তী কৰাই যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে ।Conclusion:পিছত মহিলা গৰাকীক মৰণত্তোৰ পৰীক্ষাৰ বাবে মছলপুৰলৈ প্ৰেৰণ কৰে। মহিলা গৰাকীক বিদ্যুত পিষ্ট হৈ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ দৰঙামেলা অঞ্চলতে শোকৰ ছা পৰে।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
Last Updated : Aug 22, 2019, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.