ETV Bharat / state

বাক্সাৰ তামুলপুৰত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - People Protest against baksa Electricity department

বাক্সাৰ নোৱাখাট গাঁৱত কেইবাটাও পৰিয়ালৰ মিটাৰ নোহোৱাকৈ বিল পৰিশোধ কৰি থাকিবলগীয়া হৈছে ৷ লগতে বহুলোকে তেওঁলোকৰ বিলত অতিৰিক্ত মাচুল আদায় দি থাকিবলগীয়া হৈছে বুলিও অভিযোগ কৰিছে । যাৰ বাবে বৃহস্পতিবাৰে নোৱাখাট গাঁৱৰ ৰাইজে ৰাজপথত তামুলপুৰ বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

তামুলপুৰত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Oct 24, 2019, 4:20 PM IST

বাক্সা,24অক্টোবৰঃ বাক্সাৰ তামুলপুৰত বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনস্থ নোৱাখাট গাঁৱত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ । উল্লেখ্য যে মিটাৰ নোহোৱাকৈ গাঁওখনৰ কেইবাখনো ঘৰত বিদ্যুতৰ বিল অহাত স্থানীয় মিটাৰ পৰিক্ষক অনন্ত দাসৰ সৈতে গাঁওখনৰ একাংশ লোকৰ বাক বিতন্তাৰ সূত্ৰপাত হয় ৷ যাৰ বাবে অনন্ত দাসে তামুলপুৰ থানাত গাঁওখনৰ লোকৰ ওপৰত এখন এজাহাৰ দিয়ে । পিছত নোৱাখাটত গাঁৱৰ অনুকুল দাস আৰু ব্ৰজেন দাস নামৰ দুজন লোকে জামিন লৈ ওলাই আহিব লগীয়া হয় ।

বাক্সাৰ তামুলপুৰত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ইপিনে স্থানীয় লোক সকলে অভিযোগ কৰা অনুসৰি গাঁওখনত কেইবাটাও পৰিয়ালৰ মিটাৰ নোহোৱাকৈ বিল পৰিশোধ কৰি থাকিবলগীয়া হৈছে ৷ লগতে বহুলোকে তেওঁলোকৰ বিলত অতিৰিক্ত মাচুল আদায় দি থাকিবলগীয়া হৈছে বুলিও অভিযোগ কৰিছে । যাৰ বাবে বৃহস্পতিবাৰে নোৱাখাট গাঁৱৰ ৰাইজে ৰাজপথত তামুলপুৰ বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাঙৰ পানবাৰী বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি

Intro:বাক্সাৰ তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ।

Body:বাক্সা জিলাৰ তামুলপুৰত বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনস্থ নোৱাখাটত গাঁৱত ৰাইজৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ । জানিব পৰা মতে স্থানীয় মিটাৰ পৰিক্ষক অনন্ত দাস নামৰ লোক জনক একে গাঁৱৰ দুজনে লোকে মিটাৰ নোহোৱাকৈ কেনেকৈ বিল অহা বুলি সোধাতে লাগেই জগৰ । অনন্ত দাসে তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্য্যালয়ত গৈ নোৱাখাট গাঁৱৰ ৰাইজে মাৰ ধৰ কৰা বুলি কয় আৰু তামুলপুৰ থানাত এখন এজাহাৰ দিয়ে । পিছত নোৱাখাটত গাঁৱৰ অনুকুল দাস আৰু ব্ৰজেন দাস নামৰ দুজন লোকে জামিন লৈ ওলাই আহিব লগীয়া হয় । স্থানীয় লোক সকলে অভিযোগ উত্থাপিত কৰা অনুসৰি গাঁওখনত কেইবাটাও পৰিয়ালৰ মিটাৰ নোহোৱাকৈ বিল পৰিশোধ কৰি থাকিবলগীয়া হৈছে আৰু বহুলোকৰ বিলত অতিৰিক্ত মাচুল আদায় থাকিব লগীয়া হৈছে।

Conclusion:যাৰ বাবে আজি নোৱাখাট গাঁৱৰ ৰাইজে ৰাজপথত ওলাই আহি তামুলপুৰ বিদ্যুত উপ সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হয় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.