ETV Bharat / state

বিপিএফ শূন্য হ’ব বি টি এডি: ইউ জি ব্ৰহ্ম

৬৩নং চাপাগুৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্ম ব্যস্ত নিৰ্বাচনী প্ৰচাৰত ৷ ৬৩নং চাপাগুৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই এই নিৰ্বাচনী সভাৰ পৰাই বি টি এডি ত বি পি এফ দল শূন্য হ’ব বুলি মন্তব্য কৰে ৷

বি টি এডিত বিপিএফ শূন্য হ’বঃ ইউ জি ব্ৰহ্ম

author img

By

Published : Apr 4, 2021, 5:44 PM IST

বাক্সা, 4এপ্ৰিল: ৰাজ্যত অনুষ্ঠিত হৈ আছে অসম বিধান সভাৰ নিৰ্বাচন ৷ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ ৰাজ্যৰ ৰাজনৈতিক দল সমূহ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ দেওবাৰে ৬৩নং চাপাগুৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মও ব্যস্ত হৈ পৰে নিৰ্বাচনী প্ৰচাৰত ৷

বি টি এডিত বিপিএফ শূন্য হ’বঃ ইউ জি ব্ৰহ্ম

৬৩নং চাপাগুৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই এই নিৰ্বাচনী সভাৰ পৰাই বি টি এডি ত বি পি এফ দল শূন্য হ’ব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৷ ৰাইজে উন্নয়নৰ স্বাৰ্থত এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ বিচাৰিছে ৷ যিটো দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত অন্য দলত যোগদান কৰে তেনে দলক জনসাধাৰণে গ্ৰহণ নকৰে বুলিও মন্তব্য কৰে ইউ জি ব্ৰহ্মই ৷

অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত অহা পাঁচ বছৰৰ কাৰণে বিজেপিৰ মিত্ৰ দলৰ চৰকাৰক ভোট দিব ৷ ইতিমধ্যে দলৰ মুৰব্বী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ কাৰণে অসমলৈ আহিছে আৰু ৰাইজক মিত্ৰ দলৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায় বুলিও কয় উৰ্খাও গৌৰা ব্ৰহ্মই ৷

লগতে পঢ়ক: কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.