বাক্সা, 27 জুলাইঃ গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলন খন শনিবাৰে গোৰেশ্বৰ বিষ্ণুপ্ৰসাদ ৰাভা সভাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ৷ সন্মিলনৰ পতাকা উত্তোলন কৰে গোৰেশ্বৰ আঞ্চলিকৰ সভানেত্ৰী দিপালী ডেকাই আৰু শ্বহীদ তপৰ্ণ কৰে ৰাজ্যিক সমিতিৰ সম্পাদিকা নিয়তি বৰ্মনে ৷ সন্মিলন উপলক্ষে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী নিকুনঞ্জ চৌধুৰী আৰু সম্পাদিকা দিপালী ডেকাক নিৰ্বাচিত কৰি এখন সমিতি গঠন কৰা হয় ৷ সভাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, নাৰী নিৰ্যাতন বন্ধ কৰা , নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰি আগন্তুক দিনত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ লয় ।
গণতান্ত্ৰিক মহিলা সমিতিৰ আঞ্চলিক সন্মিলনী অনুষ্ঠিত - আঞ্চলিক সন্মিলনী
গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলনী সভাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, নাৰী নিৰ্যাতন বন্ধ কৰা , নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণৰ প্ৰস্তাৱ ৷
বাক্সা, 27 জুলাইঃ গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিকী সন্মিলন খন শনিবাৰে গোৰেশ্বৰ বিষ্ণুপ্ৰসাদ ৰাভা সভাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ৷ সন্মিলনৰ পতাকা উত্তোলন কৰে গোৰেশ্বৰ আঞ্চলিকৰ সভানেত্ৰী দিপালী ডেকাই আৰু শ্বহীদ তপৰ্ণ কৰে ৰাজ্যিক সমিতিৰ সম্পাদিকা নিয়তি বৰ্মনে ৷ সন্মিলন উপলক্ষে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী নিকুনঞ্জ চৌধুৰী আৰু সম্পাদিকা দিপালী ডেকাক নিৰ্বাচিত কৰি এখন সমিতি গঠন কৰা হয় ৷ সভাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, নাৰী নিৰ্যাতন বন্ধ কৰা , নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰি আগন্তুক দিনত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ লয় ।
২৬/৭/১৯
গোৰেশ্বৰ আঞ্চলিক নিখিল ভাৰত মহিলা সমিতিৰ দ্বাদশ বাৰ্ষিক সম্নিলন খন আজি গোৰেশ্বৰ বিষ্ণুপ্ৰসাদ ৰাভা সভাগৃহত দিনযোৰা কাৰ্য্যসূচী ৰে অনুষ্ঠিত হৈ যায়।সম্নিলন ৰ পাতকা উত্তোলন কৰে গোৰেশ্বৰ আঞ্চলিকৰ সভানেতৃ দিপালী ডেকাই।শ্বহীদ বেদীত মাল্জ অৰ্পণ কৰে ৰাজ্যিক সমিতিৰ সম্পাদিকা নিয়তি বৰ্মণে।দিনৰ ১২ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিনিধি সভা পৰিচালনা কৰে আঞ্চলিক সমিতিৰ সভানেত্ৰী দিপালী ডেকাই।সভা উদ্দোধনী ভাষণ ৰাখে নিয়তি বৰ্মণে।প্ৰতিনিধি সভাত আগন্তুক তিনিবছৰীয়া কাৰ্য্যকালৰ বাবে গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী নিকুনঞ্জ চৌধুৰী আৰু সম্পাদিকা দিপালী ডেকাক নিৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰা হয়।সভাত অসমৰ বানপানী ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া,নাৰি নিৰ্য্যাতন বন্ধ কৰা ,নিবনুৱা সকলক সংস্থাপন দিয়া ৰ দাৱিত প্ৰস্তাৱ গ্ৰহণ কৰি আগন্তুক দিনত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ লয়।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion: