ETV Bharat / state

বাক্সাত মৃতদেহ উদ্ধাৰ - আৰক্ষী

মুছলপুৰৰ চৰাইমাৰীৰ বাসিন্দা আছিল লোকজন

বাক্সাত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 29, 2019, 6:48 PM IST

  • বাক্সাত উদ্ধাৰ মৃতদেহ
  • উদ্ধাৰ হোৱা ব্যক্তিগৰাকী কন্দৰ্প নায়ক বুলি জানিব পৰা গৈছে
  • মুছলপুৰৰ চৰাইমাৰীৰ বাসিন্দা আছিল লোকজন
  • ডেকাদিয়া নদীত মাছ মাৰিবলৈ গৈ নিৰুদ্দিষ্ট হৈ আছিল কন্দৰ্প নায়ক
  • জাৰণিৰ মাজত ওপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰে ঘটনা সন্দৰ্ভত

Intro:বাকসা জিলাৰ জালাহ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত আমগুৰীত আজি কন্দৰ্প নায়ক নামৰ এজন সত্তৰ বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ Body:যোৱা ২৬ জুলাইত মুছলপুৰৰ চৰাইমাৰীৰ কন্দৰ্প নায়ক নামৰ সত্তৰ বছৰীয়া লোকজনে ডেকাদিয়া নদীত মাছ মাৰিবলৈ ওলাই গৈ সিদিনাৰে পৰা নিৰুদ্দিষ্ট হৈ আছিল ৷ পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ লগতে এন ডি আৰ এফ বাহিনীয়েও নদীখনত উদ্ধাৰ অভিযান চলাইছিল ৷ কিন্তু কোনো সন্ধান পোৱা নাছিল ৷ আজি চৰাইমাৰীৰ পৰা তিনিকিলোমিটাৰ দূৰৈৰ আমগুৰীত একেখন নদীৰে পানীত জাৰনিৰ মাজত ওপঙি থকা অৱস্থাত ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পাছত আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে মৃতদেহটো কন্দৰ্প নায়কৰ বুলি চিনাক্ত কৰে ৷Conclusion:চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.