ETV Bharat / state

বৰমা আঞ্চলিক মটৰ শ্ৰমিক সন্থাই বিতৰণ কৰিলে খাদ্যৰ টোপোলা

author img

By

Published : Jun 8, 2021, 8:53 PM IST

ক’ভিড (Covid) পৰিৱেশৰ সময়ত দুৰ্গত জনৰ ওচৰত থিয় হ’ল বৰমা আঞ্চলিক মটৰ শ্ৰমিক সন্থা ৷ বৰমা অঞ্চলৰ দ্ৰাইভাৰ, হেণ্ডিমেন, চেকাৰ আদিয়ে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা লোক সকললৈ খাদ্যৰ টোপোলা বিতৰণ ৷

bundle-of-essential-food-distribution-among-needy-people-by-barama-regional-motor-sramik-sansta
বৰমা আঞ্চলিক মটৰ শ্ৰমিক সন্থাই বিতৰণ কৰিলে খাদ্যৰ টোপোলা

বাক্সা, ৮ জুন : ৰাজ্যত শাম নাই কটা ক’ভিড (Covid) পৰিস্থিতি ৷ অব্যাহত আছে ক’ভিড (Covid) মহামাৰীৰ সংহাৰী ৰূপ ৷ ক’ভিড-19 (Covid 19)ৰ এনে পৰিস্থিতিত দুৰ্গত জনৰ ওচৰত থিয় হ’ল বৰমা আঞ্চলিক মটৰ শ্ৰমিক সন্থা । মঙলবাৰে বৰমা আঞ্চলিক মটৰ শ্ৰমিক সন্থাই ক’ভিড (Covid)ৰ সময়ত দুৰ্গত সকলৰ মাজত বিতৰণ কৰিলে খাদ্যৰ টোপোলা ।

তেওঁলোকে দালি, আলু, মিঠাতেল, পিয়াজকে ধৰি অন্যান্য খাদ্য সামগ্ৰী বৃহত্তৰ বৰমা অঞ্চলৰ দ্ৰাইভাৰ, হেণ্ডিমেন, চেকাৰ আদিয়ে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা লোক সকললৈ আগবঢ়ালে এই সহায়ৰ হাত । বৰমা অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়াললৈ এইদৰে খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ালে সন্থাটোৱে ৷ সন্থাটোৰ সম্পাদক লোহিত হালৈয়ে মটৰ শ্ৰমিক সকলৰ দুৰ্দশাৰ কথা ব্যক্ত কৰি স্থানীয় বিধায়ক তথা চৰকাৰৰ পৰা তেওঁলোকক সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত চুইগী-জ’মেটোৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.