ETV Bharat / state

ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

author img

By

Published : Dec 7, 2020, 11:11 AM IST

আজি অনুষ্ঠিত হৈছে বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বিটিচি)ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ বিটিচিবাসী ৰাইজৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো আৰু ন বিজেপি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

BTC ELECTION
ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

নিউজ ডেস্ক, 7 ডিচেম্বৰ : আজি অনুষ্ঠিত হৈছে বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বিটিচি)ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ বিটিচিবাসী ৰাইজৰ লগতে পুৱাই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো আৰু ন বিজেপি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ উল্লেখ্য যে,পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.