ETV Bharat / state

বাক্সাৰ দৰঙ্গামেলাত ব্যাহত BSNL নেটৱৰ্ক সেৱা

author img

By

Published : Mar 5, 2020, 11:44 AM IST

বাক্সাৰ দৰঙ্গামেলাত BSNL নেটৱৰ্ক কৰ্তনৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় লোক ৷ দিনটোৰ ভিতৰতে কেইবাবাৰো নেটৱৰ্ক সেৱা বন্ধ কৰি ৰখাৰ ফলত ব্যাহত হৈ পৰিছে বহু জৰুৰীকালীন যোগাযোগ ৷

ব্যাহত BSNL নেটৱৰ্ক সেৱা
ব্যাহত BSNL নেটৱৰ্ক সেৱা

দৰঙ্গামেলা, 5 মাৰ্চঃ ভূটান ৰাষ্ট্ৰৰ সমীপতে লাগি থকা অতি গুৰুত্বপূৰ্ণ অঞ্চল বাক্সাৰ দৰঙ্গামেলাত BSNL নেটৱৰ্ক কৰ্তনৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় লোক ৷ দিনটোৰ ভিতৰতে কেইবাবাৰো নেটৱৰ্ক সেৱা বন্ধ কৰি ৰখাৰ ফলত ব্যৱসায়, বাণিজ্যৰ ইণ্টাৰনেট সেৱাৰ লগতে বন্ধ হৈ পৰে জৰুৰীকালীন যোগাযোগ ব্যৱস্থা ৷ ইয়াৰোপৰি কাৰ্যালয়টোত বিভাগীয় লোক উপস্থিত নথকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সীমান্তৰ এনে এক গুৰুত্বপূৰ্ণ স্থানত নেটৱৰ্ক কৰ্তনৰ ফলত দীৰ্ঘদিনে বন্ধ হৈ আছে বেংকৰ লগতে লেণ্ড লাইন সেৱা ৷

বাক্সাৰ দৰঙ্গামেলাত ব্যাহত BSNL নেটৱৰ্ক সেৱা

লগতে পঢ়কঃ কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ পৰা জব্দ 1 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.