ETV Bharat / state

বানঃ বিধস্ত পথ নিৰ্মাণ কৰিলে ৰাইজে

author img

By

Published : Jul 21, 2019, 8:20 PM IST

তামুলপুৰ গোৰেশ্বৰৰ গেৰুৱা গাঁৱৰ এটা বান বিধস্ত পথ মেৰামতি কৰিলে বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে ৷

বান বিধস্ত পথ : নিৰ্মাণ কৰিলে ৰাইজে

তামুলপুৰ, 21 জুলাই : তামুলপুৰ মহকুমাৰ গোৰেশ্বৰত বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি উলিয়ালে এক বান বিধস্ত পথ ৷ গোৰেশ্বৰৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গেৰুৱা গাঁৱৰ বান বিধস্ত পথটিৰ বাবে শিল বালি যোগান ধৰি গাঁৱৰ ৰাইজক উপকৃত কৰিলে বসুমতাৰীয়ে ৷

বান বিধস্ত পথ : নিৰ্মাণ কৰিলে ৰাইজে

কোনো চৰকাৰী আঁচনিলৈ ৰৈ নাথাকি বিপিএফ কৰ্মী সকলক বিনা পাৰিশ্ৰমিকেৰে পথটো মেৰামতি কৰিবলৈ আহ্বান জনাইছিল বসুমতাৰীয়ে । কাৰ্যবাহী সদস্য গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দলৰ সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত পথটো দেওবাৰে মেৰামতি কৰে । উল্লেখ্য যে, কাৰ্যবাহী সদস্য গৰাকীৰ এই তৎকালিন পদক্ষেপৰ বাবে আনন্দিত হৈ পৰা গাঁৱৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে তেওঁক ৷

Intro:গোৰেশ্বৰৰ গোৰুৱা গাৱৰ ৰাইজ সন্তুষ্ট বি টি চি পৰিষদিয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ ততকালিন সিদ্ধান্ত।Body:তামুলপুৰ,
২১/৭/১৯
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰত BTAD ৰ গোৰেশ্বৰ পৰিষদিয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে গোৰেশ্বৰৰ পৰিষদিয় সমষ্টিৰ অন্তৰ্গত গেৰুৱা গাঁৱৰ বান বিধস্থ পথ এটি মেৰামতিৰ বাবে তেখেতৰ ব্যক্তিগত পুজিৰ পৰা শিল বালি যোগান ধৰি উপকৃত কৰিলে গাওঁখনৰ ৰাইজক।কোনো চৰকাৰী আচনীক ৰৈ নাথাকী গাওঁখনৰ ৰাইজৰ যাতায়তৰ বাবে উপযোগী হোৱাকৈ শিল বালীৰ যোগান ধৰি তেখেতৰ BPF দলৰ কৰ্মি সকলক স্বেচ্ছায় বিনা পৰিশ্ৰমিকেৰে পথটো মেৰামতি কৰি দিবলৈ আহ্বান জনাই।কাৰ্য্যবাহী সদস্য গৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই BPFদলৰ সদস্য সকলে স্থানীয় ৰাইজৰ সহযোগত পথটো আজি মেৰামতি কৰে।
উল্লখ্য যে গেৰুৱা গাঁৱৰ ৰাইজে কাৰ্য্যবাহী সদস্য গৰাকীৰ এই ততকালিন পদক্ষেপৰ বাবে আনন্দিত হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰে।
তামুলপুৰ ৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.