ETV Bharat / state

বাক্সা জিলাৰ খুৱনখাটাত বিপিএফৰ নিৰ্বাচনী সভা - বিপিএফ

বিটিএডিত পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ বিষয়ে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ পাচতেই তীব্ৰতৰ হৈ পৰিছে ভিন্ন দলৰ প্ৰচাৰ অভিযান ৷ সেই উপলক্ষে বুধবাৰে বাক্সা জিলাৰ খুৱনখাটাত অনুষ্ঠিত হয় বিপিএফ দলৰ নিৰ্বাচনী সভা ৷

বাক্সা জিলাৰ খুৱনখাটাত বিপিএফৰ নিৰ্বাচনী সভা

author img

By

Published : Oct 28, 2020, 6:36 PM IST

বৰমা, 28 অক্টোবৰ: বাক্সা জিলাৰ খুৱনখাটাত ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ নিৰ্বাচনী সভা ৷ বিটিএডিত পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ বিষয়ে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷ তাৰ পাচতেই তীব্ৰতৰ হৈ পৰিছে ভিন্ন দলৰ প্ৰচাৰ অভিযান ৷

সভাত উপস্থিত থাকে প্ৰায় শতাধিক লোক
সভাত উপস্থিত থাকে প্ৰায় শতাধিক লোক

বুধবাৰে খুৱনখাটাত অনুষ্ঠিত বিপিএফ দলৰ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিপিএফ দলৰ সম্পাদক প্ৰবীণ বড়োৱে কয়,বিপিএফ দলে শূন্যৰ পৰা আহি আজিৰ অৱস্থা পাইছে ৷ ইয়াৰোপৰি তেওঁ বিটিআৰ চুক্তিৰ বিষয়ে উল্লেখ কৰি কয়,বিটিআৰ চুক্তিত অন্তৰ্ভুক্ত হোৱা 90 শতাংশ কাম ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ চৰকাৰে সম্পন্ন কৰিছে ৷ বুধবাৰে অনুষ্ঠিত সভাখনত নাৰায়ণ দাস,গংগাধৰ ৰামছিয়াৰী,বিধায়ক মনেশ্বৰ ব্ৰহ্মকে ধৰি উপস্থিত থাকে প্ৰায় শতাধিক লোক ৷

লগতে পঢ়ক: টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.