বাক্সা,১৭ এপ্ৰিল : বি.পি.এফ দলৰ কোনো প্ৰতিদ্বন্দী নাই । কোনো দলে ইয়াৰ সমান হ'ব নোৱাৰে । এই মন্তব্য বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ । বুধবাৰে বাক্সাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে বিশ্বজিত দৈমাৰীয়ে । সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে অন্য কোনো দল বি.পি.এফৰ সমান নহয় বুলি মন্তব্য কৰাৰ লগতে মিত্ৰজোট দলে ১০ৰ পৰা ১২ খন আসন পাব বুলি উল্লেখ কৰে ।
বাক্সাত নিৰ্বাচনী প্ৰচাৰ বি.পি.এফৰ - প্ৰমোদ বড়ো
বাক্সাত নিৰ্বাচনী প্ৰচাৰ বি.পি.এফৰ
2019-04-17 19:51:21
বাক্সাত বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই
2019-04-17 19:51:21
বাক্সাত বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই
বাক্সা,১৭ এপ্ৰিল : বি.পি.এফ দলৰ কোনো প্ৰতিদ্বন্দী নাই । কোনো দলে ইয়াৰ সমান হ'ব নোৱাৰে । এই মন্তব্য বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ । বুধবাৰে বাক্সাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বি.পি.এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে বিশ্বজিত দৈমাৰীয়ে । সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে অন্য কোনো দল বি.পি.এফৰ সমান নহয় বুলি মন্তব্য কৰাৰ লগতে মিত্ৰজোট দলে ১০ৰ পৰা ১২ খন আসন পাব বুলি উল্লেখ কৰে ।
Intro:হাগ্ৰামাৰ হেলিকপ্টাৰেৰেে বাক্সাত নিৰ্বাচনীী প্ৰচাৰঃBody:আজি নিশা বিধ্বংসী ধুমুহাত বৰমাৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধনঃ
বৰমা, ১৭ এপ্ৰিলঃ
আজি নিশা অহা প্ৰৱল ধুমুহাই বৰমা সমষ্টিৰ বহু গাওঁ বিস্তৰ ক্ষতি সাধন কৰিছে ৷ নিশা প্ৰচণ্ড জোৰেৰে অহা ধুমুহাজাকে বহু ঘৰ- দুৱাৰ, দোকান- পোহাৰ, গছ- গছনি ভাঙি বিদ্যুত পৰিবাহী তাৰ- খুটা ভাঙি ব্যাপক ক্ষতি সাধন কৰে ৷ বৰমা থানাৰ অন্তৰ্গত দিঘেলী, মহখুলী, চাপৰা, হেৰামজাৰ, দহকাউনিয়া, আলাগজাৰ, বাতাছাৰা, নমাটি, কদমতল গাৱঁত বিস্তৰ ক্ষতি কৰাৰ লগতে বিদ্যুত পৰিবাহী তাৰ, খুটা আদি যথেষ্ট ক্ষতি হৈছে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:অন্য দল ফেক্তৰ নহয়ঃ হাগ্ৰামা

Last Updated : Apr 19, 2019, 9:11 PM IST