ETV Bharat / state

জেচিবিৰে নদীক ৰুধিবলৈ চেষ্টা !

বাক্সাৰ বৰবিলাত জেচিবিৰে পাগলদিয়া নদীৰ গতি পথ পৰিবৰ্তনৰ প্ৰচেষ্টা ৷  পাগলাদিয়াৰ মাজত নামি বাঁহৰ গছ দি নদীটোৰ গতিপথ সলনি কৰাৰ প্ৰচেষ্টা শ শ ৰাইজৰ ৷

বৰবিলাত খহনীয়া ৰোধৰ বাবে পাগলাদিয়া নদীৰ গতি পথ পৰিবৰ্তনৰ প্ৰচেষ্টা
author img

By

Published : Aug 4, 2019, 6:51 PM IST

বাক্সা, 4 আগষ্ট : বাক্সাৰ বৰবিলাত জেচিবিৰে পাগলাদিয়া নদীৰ গতিপথ পৰিবৰ্তনৰ প্ৰচেষ্টা ৷ বানৰ পিচতে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছিল বাক্সাৰ জিলাৰ বিভিন্ন প্ৰান্তত । জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলাত বিগত সময়চোৱাত বানৰ পিচতে খহনীয়াত জাহ গৈছিল প্ৰায় ৩৫ টা পৰিয়ালৰ ঘৰ বাৰী ৷ সেয়ে বৰবিলাৰ ৰাইজে নিজেই দান বৰঙণি তুলি লগতে অসম ৰাজ্যিক জমিয়ত উমেলা হিন্দৰ সভাপতি হজৰত মৌলানা মুচতাকে আগবঢ়োৱা সাহাৰ্যৰে ৰাইজে জেচিবি আৰু বাঁহ গছ লৈ উপস্থিত হয় পাগলাদিয়া নদীৰ পাৰত । দেওবাৰে দুপৰীয়া খহনীয়া ৰোধৰ বাবে পাগলাদিয়া নদীৰ পাৰত সমাবেত হয় শ শ লোক ৷ পাগলাদিয়াৰ মাজত শ শ ৰাইজে নামি বাঁহৰ গছ দি নদীটোৰ গতি পথ সলনি কৰাৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, পাগলাদিয়া নদীখনৰ গতি পথ সলনি কৰা মূহুৰ্তত ৰাইজৰ সহায়ৰ বাবে উপস্থিত থাকে বিটিচিৰ গৈয়বাৰী পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়ো আৰু স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী ৷

Intro:বাক্সাৰ বৰবিলাত জেচিবি ৰে পাগলদীয়া নদীৰ সোত সলনি ।
Body:বানপানীৰ পিচতে গৰাহখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছিল বাক্সাৰ জিলাৰ বিভিন্ন প্ৰান্তত । জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলাত বিগত সময়চোৱাত বানৰ পিচতে প্ৰায় ৩৫টা পৰিয়ালৰ ঘৰ বাৰী গৰাহখহনীয়াত জাহ গৈছিল । সেয়ে বৰবিলাৰ ৰাইজে নিজেই দান বৰঙণি তুলি আৰু স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী ,বিটিচিৰ গৈয়বাৰীৰ পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়োৰ সহযোগত
আৰু অসম ৰাজ্যিক জমিয়ত উমেলা হিন্দৰ সভাপতি হজৰত মৌলানা মুচতাকে আগবঢ়োৱা সাহাৰ্যৰে ৰাইজে জেচিবি আৰু বাহ গছ লৈ উপস্থিত হল পাগলদীয়া নদীৰ পাৰত । দেওবাৰে দুপৰীয়া গৰাহখহনীয়া ৰোধৰ বাবে পাগলদীয়া নদীৰ পাৰত সমাবেত হল শ শ লোক । এনেদৰে পাগলদীয়াৰ মাজত শ শ লোকে নামি বাহৰ গছ দি নদীটোৰ সোত সলনি কৰা দেখা পৰিলক্ষিত হয় ।Conclusion:উল্লেখ্য যে পাগলদীয়া নদীটোৰ সোত সলনি কৰা মূহুৰ্তত উপস্থিত থাকে বিটিচিৰ গৈয়বাৰীত পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়োৰ লগতে বিভিন্ন দল সংগঠন লোকেও তেওঁক সংগ দিয়ে ।

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.