- বাক্সাৰ পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰমত ব'ল বম উৎসৱ পালন
- তামুলপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰম নিৰ্মাণ সমিতিৰ উদ্যোগত আয়োজন এই উৎসৱৰ
- শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ব'ল বম উৎসৱ
- তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তৰ সমাগম এই উৎসৱলৈ
- ১৯ আগষ্টত অনুষ্ঠিত হ'ব হোম যজ্ঞ লগতে বিভিন্ন কাৰ্যসূচী
- প্ৰায় দহ লক্ষাধিক ভক্তৰ সমাগমৰ কথা উল্লেখ পূজা পৰিচালনা সমিতিৰ
বাক্সাত ব'ল বম উৎসৱ পালন - Assam
বাক্সাৰ পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰমত ব'ল বম উৎসৱ পালন
বাক্সাত ব'ল বোম উৎসৱ পালন
- বাক্সাৰ পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰমত ব'ল বম উৎসৱ পালন
- তামুলপুৰ লেব্ৰা সোতি পাহাৰ সন্যাসী আশ্ৰম নিৰ্মাণ সমিতিৰ উদ্যোগত আয়োজন এই উৎসৱৰ
- শাওন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় ব'ল বম উৎসৱ
- তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তৰ সমাগম এই উৎসৱলৈ
- ১৯ আগষ্টত অনুষ্ঠিত হ'ব হোম যজ্ঞ লগতে বিভিন্ন কাৰ্যসূচী
- প্ৰায় দহ লক্ষাধিক ভক্তৰ সমাগমৰ কথা উল্লেখ পূজা পৰিচালনা সমিতিৰ
Intro:বাক্সাৰ ১নং পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ শন্যাসী আশ্ৰমত বোলবম উৎসৱ পালন।
ভক্তৰ লানি নিছিঙা সোত। Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১নং পাহাৰপুৰ লেব্ৰা সোতি পাহাৰ চন্যাসী আশ্ৰম মন্দিৰত তামুলপুৰ আঞ্চলিক লেব্ৰা সোতি পাহাৰ চন্যাসী আশ্ৰম নিৰ্মাণ সমিতিৰ উদ্যোগত প্ৰতিবছৰে শাওঁন মাহৰ পুৰ্ণিমাৰ দিনা বোলবোম উৎসৱ পালন কৰা হয়। জানিব পৰা মতে এই মন্দিৰ ১৯৬৫ চনত স্থাপিত হৈছিল। পাহাৰত অৱস্থিত এই মন্দিৰ। এই মন্দিৰত প্ৰত্যেক বছৰে তামুলপুৰ, কুমাৰীকাটা, দৰঙামেলা, শশীপুৰ, আনন্দ বজাৰ, আঙাৰকাটা, খৈৰাণী, চেচাপানী, কান্দুলি মাৰা, কচুবাৰী, কাউলী হৰিণচৰা, পাহাৰপুৰ, নিকাছী আদি বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই মন্দিৰত।Conclusion:উল্লেখ্য যে ভাৰত সীমান্তৰ দৰঙামেলাৰ পাগলা বাবা মন্দিৰত সপ্তম বাৰ্ষিক শাওনৰ উৎসৱৰ প্ৰস্তুতি উলহ মালহৰে আয়োজন চলিছে আৰু ১৯ আগষ্ট তাৰিখে হোম যজ্ঞ লগতে বিভিন্ন কাৰ্য্যসূচীৰ ধৰণৰ বাবে সজাই পৰাই তুলিছে । পূজা পৰিচালনা সমিতিয়ে জানিব দিয়া মতে প্ৰায় দহ লক্ষাধিক ভক্তৰ সমাগম ঘটিব ।
ভাষ্য :
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম