ETV Bharat / state

শালবাৰীত উদযাপন বড়ো মাধ্যম দিৱস

মঙলবাৰে শালবাৰী জিলা বড়ো সাহিত্য সভাই উদযাপন কৰিলে বড়ো মাধ্যম দিৱস ৷ আনুষ্ঠানিকভাৱে 1962 চনৰ 18 মে'ৰ পৰা বড়ো মাধ্যম প্ৰচলন হোৱাৰে পৰা বড়ো সাহিত্য সভাই উদযাপন কৰি আহিছে এই দিৱসটো ৷

bodo medium day celebrations at baksha
বাক্সাৰ শালবাৰীত উদযাপন বড়ো মাধ্যম দিৱস
author img

By

Published : May 19, 2021, 10:00 AM IST

বাক্সা,19 মে': মঙলবাৰে বাক্সাৰ শালবাৰীত উদযাপন হয় বড়ো সাহিত্য সভাৰ বড়ো মাধ্যম দিৱস ৷ 1962 চনৰ 18 মে'ৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল বড়ো মাধ্যম ৷ তেতিয়াৰে পৰা শালবাৰী জিলা বড়ো সাহিত্য সভাই উদযাপন কৰি আহিছে এই দিৱস ৷ কিন্তু এই কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে এইবেলি শালবাৰী জিলা বড়ো সাহিত্য সভাই অনুষ্টুপীয়াকৈ আয়োজন কৰিলে এই দিৱস ৷

বাক্সাৰ শালবাৰীত উদযাপন বড়ো মাধ্যম দিৱস

কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰি আৰম্ভ কৰা অনুষ্ঠানত প্ৰয়াত ভাষা-সাহিত্য প্ৰেমীসকলৰ আত্মাৰ সদগতিৰ বাবে স্মৃতিবেদীত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি প্ৰদানেৰে মৌন প্ৰাৰ্থনা কৰে উপস্থিত লোকসকলে ৷

লগতে পঢ়ক: ক’ভিডত আক্ৰান্ত কাৰাবন্দী আলফা নেতা জীৱন মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.