ETV Bharat / state

বিজেপিৰ সংকল্প যাত্ৰাঃ টিংখাঙত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বৰমাত ৰেখা ৰাণী দাস বড়োৰ অংশগ্ৰহণ - বামুণবাৰী

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙত উলিওৱা হয় বিজেপিৰ সংকল্প যাত্ৰা ৷ বিজেপিৰ সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বেৰ তেলীয়ে ৷ আনহাতে, একেটা দিনতে বাক্সাৰ বৰমাত উলিওৱা বিজেপিৰ সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে ন বিজেপি নেত্ৰী ৰেখা ৰাণী দাস বড়োই ৷

বিজেপিৰ সংকল্প যাত্ৰাত ৰামেশ্বৰ তেলী
author img

By

Published : Oct 20, 2019, 12:00 AM IST

নিউজ ডেস্ক, 19 অক্টোবৰঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙত উলিওৱা হয় বিজেপিৰ সংকল্প যাত্ৰা ৷ বিজেপিৰ সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বেৰ তেলীয়ে ৷ গান্ধীৰ আদৰ্শক ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে টিংখাঙৰ পৰা ৰাজগড় হৈ বামুণবাৰীলৈকে মুঠ ১৫ কি:মি পথ জুৰি এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰীয়মন্ত্ৰীগৰাকীক সংগ দিয়ে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি ইন্দ্ৰ গগৈ,টিংখাঙৰ বিধায়ক বিমল বড়োৰ লগতে সহস্ৰাধিক নেতা-কৰ্মীয়ে ৷

টিংখাঙত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বৰমাত ৰেখা ৰাণী দাস বড়োৰ অংশগ্ৰহণ

একেটা দিনতে বাক্সাৰ বৰমাত উলিওৱা হয় বিজেপিৰ সংকল্প যাত্ৰা ৷ সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা ন বিজেপি নেত্ৰী ৰেখা ৰাণী দাস বড়ো ৷ সংকল্প যাত্ৰাত ৰেখা ৰাণী দাস বড়োৰ লগত উপস্থিত থাকে বাক্সা জিলাৰ বিজেপি সভাপতি ৰাম দাহালসহ দলটোৰ আন কেইবাজনো নেতা-কৰ্মী ৷ সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি ৰেখা ৰাণী বড়োৱে মন্তব্য কৰে যে,গান্ধীজীৰ সপোন পূৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে ৷ বিজেপি অহিংস,সত্যত চলা দল ৷ আনহাতে কংগ্ৰেছে কেৱল টকাৰ গান্ধীকহে চিনি পায় বুলিও মন্তব্য কৰে বিজেপি নেত্ৰীগৰাকীয়ে ৷

Intro:বৰমাত বাক্সা জিলা বিজেপিৰ সংকল্প যাত্ৰাঃBody:বাক্সা জিলা বিজেপি দলে আজি গান্ধী সংকল্প যাত্ৰা উলিয়ায় ৷ আজিৰ এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান বিজেপি দলত যোগদান কৰা ৰেখা ৰাণী দাস বড়ো ৷ গান্ধী সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰি দিয়া ভাষণত অসমৰ প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়োৱে ভাষণত কয় যে মহাত্মা গান্ধীৰ সপোনৰ ভাৰতবৰ্ষক বাস্তৱায়িত কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যতপৰনাষ্টি চেষ্টা কৰিছে ৷ বিজেপি দলে গান্ধীক অহিংস, সত্য ভগবানৰ নিচিনা চিনি পায় ইপিনে কংগ্ৰেছ দলে গান্ধীক টকাৰ লগত থকা গান্ধীজীকহে চিনি পায় বুলি ভাষণত ব্যক্ত কৰিছে প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়োৱে ৷ আজি বাক্সা জিলাৰ মহিনা, শান্তিপুৰ, ধমধমাহৈ বৰমাত সংকল্প যাত্ৰা সমাপ্ত কৰে ৷ উক্ত অনুষ্ঠানত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ লগতে কেবাজনো নেতা কৰ্মী উপস্থিত থাকে ৷
বৰমাৰ পৰা দিলীপ কুমাৰ বড়ো ৷ Conclusion:বৰমাত বাক্সা জিলা বিজেপিৰ সংকল্প যাত্ৰাঃ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.