ETV Bharat / state

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

author img

By

Published : Nov 14, 2020, 5:43 PM IST

বিপিএফে বিটিচিৰ ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়ত বিটিচি 3000 কোটি টকাৰ ধাৰত পোত গৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

biswajit_daimary_pressmeet
তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

বাক্সা, 14 নৱেম্বৰ: শনিবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি বিপিএফৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ উঠে সাংসদ বিশ্বজিৎ দৈমাৰী ৷ বিপিএফৰ কাম-কাজত অসন্তুষ্ট হৈ বিপিএফ ত্যাগ কৰা বুলি সংবাদমেলত উল্লেখ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ বিগত 17 বছৰে বিটিচিৰ শাসন ব্যৱস্থাত একনায়কত্ববাদ চলি থকাৰ অভিযোগ উত্থাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ বিপিএফে বিটিচিৰ ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়ত বিটিচি 3000 কোটি টকাৰ ধাৰত পোত গৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল

লগতে পঢ়ক: 21 নৱেম্বৰৰ পৰা উমৰাংচুত দুদিনীয়াকৈ ফেলকণ উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.