বাক্সা, 14 নৱেম্বৰ: শনিবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি বিপিএফৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ উঠে সাংসদ বিশ্বজিৎ দৈমাৰী ৷ বিপিএফৰ কাম-কাজত অসন্তুষ্ট হৈ বিপিএফ ত্যাগ কৰা বুলি সংবাদমেলত উল্লেখ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ বিগত 17 বছৰে বিটিচিৰ শাসন ব্যৱস্থাত একনায়কত্ববাদ চলি থকাৰ অভিযোগ উত্থাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ বিপিএফে বিটিচিৰ ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়ত বিটিচি 3000 কোটি টকাৰ ধাৰত পোত গৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷
তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ সংবাদমেল - তামুলপুৰ প্ৰেছ ক্লাৱ
বিপিএফে বিটিচিৰ ৰাইজৰ সমস্যাৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ লগতে বৰ্তমান সময়ত বিটিচি 3000 কোটি টকাৰ ধাৰত পোত গৈ থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷