বাক্সা, 19 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰি দিন । প্ৰতিটো সমষ্টিতে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে প্ৰাৰ্থীসকলৰ । কোকৰাঝাৰ সমষ্টিতো তুংগত উঠিছে প্ৰচাৰ অভিযান । শুকুৰবাৰে ছাপাগুৰি সমষ্টিত অবড়ো সমৰ্থিত প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত এক বিশাল বাইক ৰেলী উলিয়াই সমৰ্থকসকলে। ৰেলীত অংশ গ্ৰহণ কৰে প্ৰায় ২০০০ গৰাকী সমৰ্থকে ৷ আনহাতে, অবড়ো সুৰক্ষা সমিতিৰ মুখপাত্ৰ পংকজ দাসৰ মন্তব্য বিগত বৰ্ষত ভোট পোৱাৰ ক্ষেত্ৰত অসমৰ ভিতৰত প্ৰথম স্থান আৰু ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় স্থানত থকা নৱ কুমাৰ শৰণীয়াই এইবাৰ দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰি অভিলেখ সৃষ্টি কৰিব ৷
ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰিব নৱ শৰণীয়াই!
কুৰবাৰে ছাপাগুৰি সমষ্টিত অবড়ো সমৰ্থিত প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত এক বিশাল বাইক ৰেলী উলিয়াই সমৰ্থকসকলে। ৰেলীত অংশ গ্ৰহণ কৰে প্ৰায় ২০০০ গৰাকী সমৰ্থকে
বাক্সা, 19 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰি দিন । প্ৰতিটো সমষ্টিতে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে প্ৰাৰ্থীসকলৰ । কোকৰাঝাৰ সমষ্টিতো তুংগত উঠিছে প্ৰচাৰ অভিযান । শুকুৰবাৰে ছাপাগুৰি সমষ্টিত অবড়ো সমৰ্থিত প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত এক বিশাল বাইক ৰেলী উলিয়াই সমৰ্থকসকলে। ৰেলীত অংশ গ্ৰহণ কৰে প্ৰায় ২০০০ গৰাকী সমৰ্থকে ৷ আনহাতে, অবড়ো সুৰক্ষা সমিতিৰ মুখপাত্ৰ পংকজ দাসৰ মন্তব্য বিগত বৰ্ষত ভোট পোৱাৰ ক্ষেত্ৰত অসমৰ ভিতৰত প্ৰথম স্থান আৰু ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় স্থানত থকা নৱ কুমাৰ শৰণীয়াই এইবাৰ দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰি অভিলেখ সৃষ্টি কৰিব ৷
অবড়ো সুৰক্ষা সমিতিৰ মুখপাত্ৰ পংকজ দাসৰ মন্তব্য মৰ্মে যোৱাবাৰ ভাৰতবৰ্ষত ভোট পোৱাৰ ক্ষেত্ৰত দ্বিতীয় স্হানত থকাৰ পৰিবৰ্তে এইবাৰ নব কুমাৰ শৰনীয়া প্ৰথম স্হানত ভোট সংগ্ৰহ কৰাৰ অভিলেষ সৃষ্টি কৰিব বুলি নিশ্চিত হৈছে।Conclusion:বাইট-পংকজ দাস।
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।